< ২ কৰিন্থীয়া 10 >
1 ১ মই, যি পৌল, নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ - মই আপোনালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি সাহিয়াল৷
યુષ્મત્પ્રત્યક્ષે નમ્રઃ કિન્તુ પરોક્ષે પ્રગલ્ભઃ પૌલોઽહં ખ્રીષ્ટસ્ય ક્ષાન્ત્યા વિનીત્યા ચ યુષ્માન્ પ્રાર્થયે|
2 ২ মই আপোনালোকক মিনতি কৰিছোঁ যে, যেতিয়া মই আপোনালোকৰ সৈতে থাকো তেতিয়া যেন মই আত্মবিশ্ৱাসৰ সাহসেৰে সাহসী নহওঁ; কিন্তু যেতিয়া আমাক যি সকলে মাংস অনুসাৰে চলা বুলি জ্ঞান কৰিব, তেতিয়া সেই সকলৰ বিৰুদ্ধে মই যেনে আৱশ্যকতা জ্ঞান কৰিছোঁ, উপস্থিত কালত তেনে সাহসেৰে মই সাহিয়াল হম৷
મમ પ્રાર્થનીયમિદં વયં યૈઃ શારીરિકાચારિણો મન્યામહે તાન્ પ્રતિ યાં પ્રગલ્ભતાં પ્રકાશયિતું નિશ્ચિનોમિ સા પ્રગલ્ભતા સમાગતેન મયાચરિતવ્યા ન ભવતુ|
3 ৩ কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ;
યતઃ શરીરે ચરન્તોઽપિ વયં શારીરિકં યુદ્ધં ન કુર્મ્મઃ|
4 ৪ কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷
અસ્માકં યુદ્ધાસ્ત્રાણિ ચ ન શારીરિકાનિ કિન્ત્વીશ્વરેણ દુર્ગભઞ્જનાય પ્રબલાનિ ભવન્તિ,
5 ৫ আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ;
તૈશ્ચ વયં વિતર્કાન્ ઈશ્વરીયતત્ત્વજ્ઞાનસ્ય પ્રતિબન્ધિકાં સર્વ્વાં ચિત્તસમુન્નતિઞ્ચ નિપાતયામઃ સર્વ્વસઙ્કલ્પઞ્ચ બન્દિનં કૃત્વા ખ્રીષ્ટસ્યાજ્ઞાગ્રાહિણં કુર્મ્મઃ,
6 ৬ আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ।
યુષ્માકમ્ આજ્ઞાગ્રાહિત્વે સિદ્ધે સતિ સર્વ્વસ્યાજ્ઞાલઙ્ઘનસ્ય પ્રતીકારં કર્ત્તુમ્ ઉદ્યતા આસ્મહે ચ|
7 ৭ সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক।
યદ્ દૃષ્ટિગોચરં તદ્ યુષ્માભિ ર્દૃશ્યતાં| અહં ખ્રીષ્ટસ્ય લોક ઇતિ સ્વમનસિ યેન વિજ્ઞાયતે સ યથા ખ્રીષ્ટસ્ય ભવતિ વયમ્ અપિ તથા ખ્રીષ્ટસ્ય ભવામ ઇતિ પુનર્વિવિચ્ય તેન બુધ્યતાં|
8 ৮ আমাৰ ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক গৌৰৱ কৰোঁ, যি ক্ষমতা প্ৰভুৱে আপোনালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু আপোনালোক যেন ধর্মত বৃদ্ধি হয়৷ তথাপি সেই বিষয়ে মই লজ্জিত নহ’ম৷
યુષ્માકં નિપાતાય તન્નહિ કિન્તુ નિષ્ઠાયૈ પ્રભુના દત્તં યદસ્માકં સામર્થ્યં તેન યદ્યપિ કિઞ્ચિદ્ અધિકં શ્લાઘે તથાપિ તસ્માન્ન ત્રપિષ્યે|
9 ৯ মোৰ পত্ৰবোৰৰ দ্বাৰাই যেন আপোনালোকক ভয় দেখুৱাবৰ ধৰণে নহও;
અહં પત્રૈ ર્યુષ્માન્ ત્રાસયામિ યુષ્માભિરેતન્ન મન્યતાં|
10 ১০ কিয়নো কিছুমান ব্যক্তিয়ে কয়, “তেখেতৰ পত্ৰবোৰ গুৰুত্ৱপূর্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দূৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য৷”
તસ્ય પત્રાણિ ગુરુતરાણિ પ્રબલાનિ ચ ભવન્તિ કિન્તુ તસ્ય શારીરસાક્ષાત્કારો દુર્બ્બલ આલાપશ્ચ તુચ્છનીય ઇતિ કૈશ્ચિદ્ ઉચ્યતે|
11 ১১ আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছোঁ, উপস্থিত হ’লে আমি কাৰ্যতো তেনেকুৱাই বুলি, সেই মানুহবোৰে বিবেচনা কৰি জানক।
કિન્તુ પરોક્ષે પત્રૈ ર્ભાષમાણા વયં યાદૃશાઃ પ્રકાશામહે પ્રત્યક્ષે કર્મ્મ કુર્વ્વન્તોઽપિ તાદૃશા એવ પ્રકાશિષ્યામહે તત્ તાદૃશેન વાચાલેન જ્ઞાયતાં|
12 ১২ কিয়নো নিজকে নিজে প্ৰশংসা কৰা লোক সকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰোঁ; কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সুক্ষ্মদৃষ্টি কৰে৷
સ્વપ્રશંસકાનાં કેષાઞ્ચિન્મધ્યે સ્વાન્ ગણયિતું તૈઃ સ્વાન્ ઉપમાતું વા વયં પ્રગલ્ભા ન ભવામઃ, યતસ્તે સ્વપરિમાણેન સ્વાન્ પરિમિમતે સ્વૈશ્ચ સ્વાન્ ઉપમિભતે તસ્માત્ નિર્બ્બોધા ભવન્તિ ચ|
13 ১৩ কিন্তু আমি হ’লে অপৰিমিত ৰূপে গৌৰৱ নকৰি, ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি, আপোনালোকৰ ওচৰলৈকে পোৱা কৰিলে, আমি সেই পৰিমাণ অনুসাৰে গৌৰৱ কৰিম।
વયમ્ અપરિમિતેન ન શ્લાઘિષ્યામહે કિન્ત્વીશ્વરેણ સ્વરજ્જ્વા યુષ્મદ્દેશગામિ યત્ પરિમાણમ્ અસ્મદર્થં નિરૂપિતં તેનૈવ શ્લાઘિષ્યામહે|
14 ১৪ কিয়নো আপোনালোকৰ সেই খিনিলৈকে আমাৰ স্বত্ব নথকাৰ দৰে, আমি নিজক ডাঙৰ কৰা নাই; কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে কৰোঁতে, আমি আপোনালোকৰ ওচৰ গৈ পাইছিলো৷
યુષ્માકં દેશોઽસ્માભિરગન્તવ્યસ્તસ્માદ્ વયં સ્વસીમામ્ ઉલ્લઙ્ઘામહે તન્નહિ યતઃ ખ્રીષ્ટસ્ય સુસંવાદેનાપરેષાં પ્રાગ્ વયમેવ યુષ્માન્ પ્રાપ્તવન્તઃ|
15 ১৫ আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৌৰৱ কৰিছোঁ, এনে নহয়; কিন্তু আশা কৰোঁ, লোকৰ বিশ্বাস বাঢ়িলে, আমাৰ পৰিমাণ-জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ’ম৷
વયં સ્વસીમામ્ ઉલ્લઙ્ઘ્ય પરક્ષેત્રેણ શ્લાઘામહે તન્નહિ, કિઞ્ચ યુષ્માકં વિશ્વાસે વૃદ્ધિં ગતે યુષ્મદ્દેશેઽસ્માકં સીમા યુષ્માભિર્દીર્ઘં વિસ્તારયિષ્યતે,
16 ১৬ অামি আপোনালোকৰ সিমূৰে থকা অঞ্চলতো শুভবার্তাৰ প্ৰচাৰ কৰিব পাৰিম৷ আমি আন লোকৰ অঞ্চলত কৰা কামৰ গৌৰৱ নকৰিম৷
તેન વયં યુષ્માકં પશ્ચિમદિક્સ્થેષુ સ્થાનેષુ સુસંવાદં ઘોષયિષ્યામઃ, ઇત્થં પરસીમાયાં પરેણ યત્ પરિષ્કૃતં તેન ન શ્લાઘિષ્યામહે|
17 ১৭ “কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ প্ৰভুতেই গৌৰৱ কৰক”।
યઃ કશ્ચિત્ શ્લાઘમાનઃ સ્યાત્ શ્લાઘતાં પ્રભુના સ હિ|
18 ১৮ কিয়নো যি জনে নিজকে নিজে যোগ্য-পাত্ৰ দেখুৱাই, তেখেত পৰীক্ষাসিদ্ধ নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্য-পাত্ৰ জ্ঞান কৰে, তেখেতহে পৰীক্ষাসিদ্ধ।
સ્વેન યઃ પ્રશંસ્યતે સ પરીક્ષિતો નહિ કિન્તુ પ્રભુના યઃ પ્રશંસ્યતે સ એવ પરીક્ષિતઃ|