< ২ বংশাবলি 4 >
1 ১ তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।
Wenza i-alithari lethusi elizingalo ezingamatshumi amabili ubude balo, lezingamatshumi amabili ububanzi njalo izingalo ezilitshumi ukuyaphezulu.
2 ২ তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷
Wasesenza uLwandle ngethusi elincibilikisiweyo, luyisizingelezi, luzingalo ezilitshumi ukusuka okhunjini kusiya kolunye ukhumbi njalo luzingalo ezinhlanu ukuyaphezulu. Isilinganiso sokuluzingelezela sizingalo ezingamatshumi amathathu.
3 ৩ পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
Ngaphansi komphetho, kulenkunzi eziluzingelezileyo, ingalo nganye iletshumi. Inkunzi zazibunjelwe emizileni emibili ndawonye loLwandle.
4 ৪ আৰু সেই সমুদ্ৰ-পাত্ৰটো বাৰটা গৰুৰ ওপৰত ৰখা হ’ল, সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূৱলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত বহুউৱা হ’ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল।
ULwandle lwalumi phezu kwenkunzi ezilitshumi lambili, ezintathu zikhangele enyakatho, ezintathu zikhangele entshonalanga, ezintathu eningizimu kanye lezintathu zikhangele empumalanga. ULwandle lwalumi phezu kwazo, izinqe zazo zazifulathele ngaphakathi.
5 ৫ সেই পাত্ৰখন চাৰি আঙুল ডাঠ; আৰু তাৰ কাণ বাটিৰ কাণ ও কনাৰি ফুলৰ নিচিনাকৈ সজা হ’ল৷ তাত তিনি হাজাৰ বৎ ধৰে।
Uhlonzi lwalungangobubanzi besandla, umphetho walo unjengomphetho wenkomitsho njengeluba liqhakaza. Lwaluthwala amatanka azinkulungwane ezintathu.
6 ৬ তেওঁ দহোটা প্ৰক্ষালন-পাত্ৰও সাজিলে; তাৰে পাঁচোটা সোঁ ফালে আৰু পাঁচোটা বাওঁফালে ধোৱাপখলা কৰিবৰ বাবে হ’ল; সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিব লগীয়া হোম-বলিৰ বস্তুবোৰ ধোৱে৷ কিন্তু সমুদ্ৰ-পাত্ৰটো হ’লে, পুৰোহিতসকলে গা ধুবৰ বাবে হ’ল।
Wasesenza izinditshi zokugezela ezilitshumi, ezinhlanu wazifaka eceleni laseningizimu ezinye ezinhlanu wazifaka enyakatho. Zazingezokuhlambululela izinto zokusetshenziswa eminikelweni yokutshiswa, kodwa uLwandle lwalungolokugezela abaphristi.
7 ৭ আৰু তেওঁ বিধিমতে সোণৰ দহোটা দীপাধাৰ সাজিলে; তাৰ পাঁচোটা সোঁফালে আৰু পাঁচোটা বাওঁফালে মন্দিৰত স্থাপন কৰিলে।
Wenza izinti zezibane zegolide ezilitshumi elandela isilinganiso sazo, wazifaka ethempelini, ezinhlanu zazo eceleni leningizimu ezinye ezinhlanu ngenyakatho.
8 ৮ তেওঁ দহখন মেজ সাজি, তাৰ পাঁচখন সোঁফালে আৰু পাঁচখন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে৷ আৰু পেয় দ্ৰব্য ঢালিবৰ বাবে সোণৰ এশ বাটি সাজিলে।
Wenza amatafula alitshumi wawafaka ethempelini, amahlanu ngeningizimu kwathi amahlanu ngenyakatho. Njalo wenza imiganu elikhulu eyegolide eyokuchela.
9 ৯ তাত বাজে তেওঁ পুৰোহিতসকলৰ চোতাল, বৰ চোতাল আৰু চোতালৰ দুৱাৰ যুগুত কৰিলে আৰু সেই দুৱাৰবোৰত পিতলৰ পতা মাৰিলে।
Wenza iguma labaphristi, leguma elikhulu kanye lezivalo zeguma, wasehuqa izivalo ngethusi.
10 ১০ আৰু তেওঁ সমুদ্ৰ-পাত্ৰটো গৃহৰ সোঁকাষে পূৱদিশে দক্ষিণমুৱাঁকৈ স্থাপন কৰিলে।
Wafaka uLwandle eceleni leningizimu ejikweni leningizimu yempumalanga.
11 ১১ ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ হীৰমে নিৰ্ম্মাণ কৰিলে। এইদৰে হূৰমে চলোমন ৰজাৰ বাবে ঈশ্বৰৰ গৃহত কৰা কাৰ্যবোৰ কৰি সামৰিলে।
Wenza njalo lezimbiza lamafotsholo lemiganu yokuchela. Kwaba yikuqeda kukaHiramu umsebenzi ayezinikele ukuwenzela inkosi uSolomoni ethempelini likaNkulunkulu:
12 ১২ তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মুৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মাথলা দুটা সেই স্তম্ভৰ মুৰৰ মাথলেৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে দুখন জালৰ আকৃতিৰ বস্তু আছিল৷
izinsika ezimbili; iziduku eziyingubhe phezu kwezinsika; okwelukiweyo kungakubili kucecise iziduku eziyingubhe phezu kwezinsika;
13 ১৩ আৰু সেই দুখন জালৰ আকৃতিৰ বস্তুৰ বাবে চাৰিশ ডালিম, অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘুৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ বাবে দুশাৰী ডালিম সাজিলে৷
amaphomegranathi angamakhulu amane ezalukweni zombili (imizila emibili yamaphomegranathi esalukweni ngasinye, kucecisa iziduku eziyingubhe phezu kwensika);
14 ১৪ তেওঁ আধাৰবোৰ, সেই আধাৰবোৰৰ ওপৰত ৰাখিবলৈ প্ৰক্ষালন পাত্ৰবোৰ,
izinqodlana ezilenkonxa phezulu;
15 ১৫ এটা সমুদ্ৰ-পাত্ৰ আৰু তাৰ তলৰ গৰু বাৰটা সাজিলে।
uLwandle lenkunzi ezilitshumi lambili ngaphansi kwalo;
16 ১৬ ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, ত্ৰিশূল আদি সকলো সঁজুলি, তেওঁৰ প্ৰধান শিল্পকৰ হীৰমে চলোমন ৰজাৰ কাৰণে যিহোৱাৰ গৃহৰ বাবে চকচকিয়া পিতলেৰে সাজিলে।
imbiza, amafotsholo, izinti zenyama lakho konke okuhambelana lalokho. Zonke izinto uHuramu-Abhi azenzela inkosi uSolomoni ezethempeli likaThixo zazingezethusi elilolongiweyo.
17 ১৭ ৰজাই যৰ্দ্দনৰ সমথলত চুক্কোৎ আৰু চৰেদাৰ মাজত থকা আলতীয়া মাটিত তাক ঢলালে।
Inkosi yabumbela lezozinto ngebumba emagcekeni aseJodani phakathi kweSukhothi leZereda.
18 ১৮ আৰু চলোমনে যিবোৰ পাত্ৰ সাজিলে, সেই আটাইবোৰ অনেক আছিল; কিয়নো সেইবোৰ পিতলৰ ওজন কিমান, তাক জনা নগ’ল।
Zonke lezizinto ezenziwa nguSolomoni zazinengi okukuthi isisindo sethusi lazo sasingalinganiswanga.
19 ১৯ আৰু চলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তু নিৰ্ম্মাণ কৰালে অৰ্থাৎ সোণৰ বেদী, দৰ্শন-পিঠা থবৰ বাবে মেজ কেইখন;
USolomoni wenza zonke izinto ezazisethempelini likaNkulunkulu: i-alithari legolide; amatafula esinkwa esiNgcwele;
20 ২০ আৰু অন্তঃস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্ম্মল সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল;
izinti zezibane zegolide elihle lezibane zazo zokukhanyisa endlini engaphakathi njengokumisiweyo,
21 ২১ সোণৰ ফুল, প্ৰদীপ, শলাকানি-কটা, সকলোৱেই অতি শুদ্ধ সোণৰ৷
lamaluba, lezibane lezindlawu (zazenziwe ngegolide elihle);
22 ২২ নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।
izihlokozo zezibane ezegolide, imiganu yokuchela, lezindengezi zokuthwala umlilo, lezivalo zethempeli eziligolide, izivalo zangaphakathi eNdaweni eNgcwele Kakhulu lezivalo zendlu enkulu.