< ২ বংশাবলি 23 >
1 ১ পাছত সপ্তম বছৰত যিহোয়াদাই প্ৰভাৱশালীৰে কার্য কৰিলে৷ তেওঁ শতপতিসকলক, যিৰোহমৰ পুত্ৰ অজৰিয়াক; যিহোহাননৰ পুত্ৰ ইশ্মায়েলক; ওবেদৰ পুত্ৰ অজৰিয়াক; অদায়াৰ পুত্ৰ মাচেয়াক; আৰু জিখ্ৰীৰ পুত্ৰ ইলীচাফটক লৈ নিজৰে সৈতে এটি নিয়ম কৰিলে।
Mutta seitsemäntenä vuotena Joojada rohkaisi mielensä ja liittoutui sadanpäämiesten Asarjan, Jerohamin pojan, Ismaelin, Joohananin pojan, Asarjan, Oobedin pojan, Maasejan, Adajan pojan, ja Elisafatin, Sikrin pojan, kanssa.
2 ২ তাৰ পাছত তেওঁলোকে যিহূদা দেশত ফুৰি, যিহূদাৰ সকলো নগৰৰ পৰা লেবীয়াসকলক আৰু ইস্ৰায়েলৰ পিতৃ-বংশৰ মুখীয়ালসকলক গোটাই লৈ তেওঁলোকে যিৰূচালেমলৈ আহিল।
Nämä kiertelivät Juudassa ja kokosivat leeviläiset kaikista Juudan kaupungeista sekä Israelin perhekunta-päämiehet; ja he tulivat Jerusalemiin.
3 ৩ পাছত গোটেই সমাজে ঈশ্বৰৰ গৃহত ৰজাৰ লগত এটি নিয়ম কৰিলে। যিহোয়াদাই তেওঁলোকক কলে, “চোৱা, দায়ূদৰ সন্তান সকলৰ বিষয়ে কোৱা যিহোৱাৰ বাক্য অনুসাৰে ৰজাৰ পুত্ৰই ৰাজত্ৱ কৰিব।
Ja koko seurakunta teki Jumalan temppelissä liiton kuninkaan kanssa. Joojada sanoi heille: "Katso, kuninkaan poika on tuleva kuninkaaksi, niinkuin Herra on puhunut Daavidin pojista.
4 ৪ এইটোৱেই হৈছে তোমালোকে কৰিবই লাগিব: তোমালোকৰ পুৰোহিত আৰু লেবীয়াসকলৰ যিমান লোক বিশ্ৰাম-বাৰত সেৱা কৰিব তেওঁলোকৰ তিনি ভাগৰ এভাগে দুৱৰী হ’ব;
Tehkää näin: Kolmas osa teistä, papeista ja leeviläisistä, joiden on mentävä vartionpitoon sapattina, olkoon ovenvartijoina kynnyksillä,
5 ৫ দ্বিতীয় ভাগ ৰাজগৃহত থাকিব; আৰু তৃতীয় ভাগে প্ৰৱেশ দুৱাৰত থাকিব৷ সকলো লোক যিহোৱাৰ গৃহৰ চোতালত থাকিব।
kolmas osa miehittäköön kuninkaan linnan ja kolmas osa Jesod-portin, ja koko kansa Herran temppelin esikartanot.
6 ৬ কিন্তু পুৰোহিতসকল আৰু পৰিচৰ্যা কৰোঁতা লেবীয়াসকলৰ বাহিৰে আন কোনো লোকক যিহোৱাৰ গৃহত প্ৰৱেশ কৰিবলৈ নিদিবা; তেওঁলোকহে সোমাব, কাৰণ তেওঁলোকে সেই ঠাইতে কার্য কৰে৷ সকলোৱে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিব লাগিব।
Älköön kukaan muu kuin papit ja palvelusta tekevät leeviläiset menkö Herran temppeliin. He saavat mennä sisään, sillä he ovat pyhät, mutta kaikki muu kansa noudattakoon Herran määräystä.
7 ৭ আৰু লেবীয়াসকলৰ প্ৰতিজনে নিজ হাতত অস্ত্ৰ লৈ ৰজাক আবৰি ৰাখিব লাগিব৷ যি জন লোকেই গৃহৰ ভিতৰত সোমাব, তেওঁক বধ কৰা হওঁক৷ ৰজাই যেতিয়া ভিতৰলৈ আহে বা বাহিৰলৈ ওলাই যায়, তেতিয়া তোমালোকে তেওঁৰ লগে লগে থাকিবা৷”
Leeviläiset asettukoot kuninkaan ympärille, kullakin ase kädessä; ja joka tunkeutuu temppeliin, se surmattakoon. Näin olkaa kuninkaan luona, menköön hän ulos tai sisään."
8 ৮ তাতে যিহোয়াদা পুৰোহিতে যি যি আজ্ঞা দিছিল, লেবীয়াসকল আৰু গোটেই যিহূদাই সেইদৰে সকলো সেৱা কৰিলে৷ তেওঁলোক প্ৰতিজনে বিশ্ৰাম বাৰে সোমোৱা আৰু বিশ্ৰাম বাৰে ওলোৱা নিজ নিজ লোকসকলক ল’লে, কিয়নো যিহোয়াদা পুৰোহিতে পাল আদায় হোৱা লোকসকলক বিদায় নিদিলে।
Leeviläiset ja koko Juuda tekivät kaiken, mitä pappi Joojada oli käskenyt heidän tehdä. Kukin heistä otti miehensä, sekä ne, joiden oli mentävä vartionpitoon sapattina, että ne, jotka pääsivät vartionpidosta sapattina, sillä pappi Joojada ei ollut vapauttanut osastoja palveluksesta.
9 ৯ তাৰ পাছত দায়ুদ ৰজাৰ যি যি বৰচা, ঢাল আৰু বাৰূ ঈশ্বৰৰ গৃহত আছিল, যিহোয়াদা পুৰোহিতে সেইবোৰ শতপতিসকলক দিলে।
Ja pappi Joojada antoi sadanpäämiehille keihäät, kilvet ja varustukset, jotka olivat olleet kuningas Daavidin omat ja olivat Jumalan temppelissä.
10 ১০ তেওঁ সকলো লোকক গৃহৰ সোঁ কাষৰ পৰা বাওঁ কাষলৈকে যজ্ঞবেদীৰ আৰু গৃহৰ মাজ ঠাইত ৰজাৰ চাৰিওফালে ৰাখিলে; তেওঁলোকৰ প্ৰতিজনৰ হাতত অস্ত্ৰ আছিল।
Ja hän asetti koko kansan, kullakin peitsi kädessä, temppelin eteläsivulta aina sen pohjoissivulle saakka, päin alttaria ja temppeliä, kuninkaan ympärille.
11 ১১ তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱি হওঁক।”
Sitten he toivat kuninkaan pojan esille, panivat hänen päähänsä kruunun ja antoivat hänelle lain kirjan ja tekivät hänet kuninkaaksi. Ja Joojada ja hänen poikansa voitelivat hänet ja huusivat: "Eläköön kuningas!"
12 ১২ যেতিয়া অথলিয়াই লোকসকলক লৰাঢাপৰা কৰা আৰু ৰজাক প্ৰশংসা কৰি চিঞৰ-বাখৰ কৰা শুনিলে তেতিয়া তেওঁ যিহোৱাৰ গৃহলৈ লোকসকলৰ ওচৰলৈ আহিল;
Kun Atalja kuuli kansan huudon, sen juostessa ja huutaessa riemuhuutoja kuninkaalle, meni hän kansan luo Herran temppeliin.
13 ১৩ আৰু চাই দেখিলে যে, সোমোৱা ঠাইত ৰজা নিজ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে আৰু শতপতিসকল ও তুৰী বজোৱাসকল ৰজাৰ ওচৰত আছে৷ দেশৰ সকলো লোকসকলে আনন্দ কৰি আছিল, তুৰী বজাই আছিল আৰু প্ৰশংসা কৰিব জনা নিপুণ গায়কসকলে বাদ্যযন্ত্ৰ লৈ গীত গাই আছিল। তেতিয়া অথলিয়াই নিজৰ কাপোৰ ফালি, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!” বুলি চিঞৰি চিঞৰি ক’লে।
Hän näki kuninkaan seisovan korkealla paikallansa sisäänkäytävän luona, ja päälliköt ja torvensoittajat kuninkaan luona, ja kaiken maan kansan, joka riemuitsi ja puhalsi torviin, ja veisaajat, jotka soittimillaan johtivat ylistyslaulua. Silloin Atalja repäisi vaatteensa ja huusi: "Kapina, kapina!"
14 ১৪ কিন্তু যিহোয়াদা পুৰোহিতে সৈন্যৰ অধ্যক্ষ শতপতিসকলক বাহিৰলৈ আনি ক’লে, “তাইক দুই শাৰীৰ মাজেদি বাহিৰলৈ লৈ যোৱা; যি জন লোক তাইৰ পাছত যাব, তেওঁক তৰোৱালেৰে বধ কৰা হওক।” কিয়নো পুৰোহিতে কৈছিল, “যিহোৱাৰ গৃহৰ ভিতৰত তাইক বধ নকৰিবা।”
Mutta pappi Joojada antoi sadanpäämiesten, sotajoukon johtajien, astua esiin ja sanoi heille: "Viekää hänet pois rivien välitse, ja joka yrittää seurata häntä, se surmattakoon miekalla". Sillä pappi oli sanonut: "Älkää surmatko häntä Herran temppelissä".
15 ১৫ তেতিয়া লোকসকলে তেওঁৰ বাবে বাট এৰি দিলে আৰু তেওঁ অশ্ব-দুৱাৰৰ সোমোৱা ঠাইলৈ গৈ ৰাজগৃহত সোমাল আৰু সেই ঠাইতে তেওঁলোকে তেওঁক বধ কৰিলে।
Niin he kävivät häneen käsiksi, ja kun hän oli tullut kuninkaan linnan Hevosportin sisäänkäytävän luo, surmasivat he hänet siinä.
16 ১৬ তাৰ পাছত লোকসকলে যেন যিহোৱাৰ প্ৰজা হয়, এই ভাবেৰে যিহোয়াদাই নিজৰ আৰু আটাই প্ৰজা ও ৰজাৰ মাজত এটি নিয়ম কৰিলে।
Ja Joojada teki liiton hänen itsensä, koko kansan ja kuninkaan kesken, että he olisivat Herran kansa.
17 ১৭ তেতিয়া সকলো লোক বালৰ ঘৰলৈ গৈ সেই ঘৰ ভাঙি পেলালে৷ তাতে তাৰ বেদী ও মূৰ্ত্তিবোৰ ডোখৰ ডোখৰ কৰিলে আৰু বেদীবোৰৰ আগত বালৰ পুৰোহিত মত্তনক বধ কৰিলে।
Sitten kaikki kansa meni Baalin temppeliin, ja he hävittivät sen. Sen alttarit ja kuvat he murskasivat, ja he tappoivat alttarien edessä Mattanin, Baalin papin.
18 ১৮ আৰু দায়ূদৰ আদেশ অনুসাৰে, আনন্দেৰে আৰু গানেৰে সৈতে, মোচিৰ ব্যৱস্থাত লিখামতে, যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ, দায়ূদে যিহোৱাৰ গৃহত যি লেবীয়া পুৰোহিতসকলক ভাগ ভাগ কৰি দিছিল, তেওঁলোকৰ হাতত যিহোয়াদাই যিহোৱাৰ গৃহৰ কাৰ্য্যভাৰৰ বাবে তেওঁলোকক নিযুক্ত কৰিলে।
Sitten Joojada asetti päällysmiehiä Herran temppeliin, leeviläisiä pappeja, jotka Daavid oli määrännyt Herran temppeliin, uhraamaan Herran polttouhreja, niinkuin on kirjoitettuna Mooseksen laissa, riemuhuudoin ja lauluin, Daavidin järjestelyn mukaan.
19 ১৯ যাতে কোনো প্ৰকাৰ অশুচি লোকে যেন নোসোমায়, এই কাৰণে তেওঁ যিহোৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰী ৰাখিলে।
Ja hän asetti ovenvartijat Herran temppelin porteille, ettei pääsisi sisään kukaan, joka oli jollakin tavalla saastainen.
20 ২০ পাছত যিহোয়াদাই শতপতিসকলক, মান্যৱন্ত লোকসকলক, লোকসকলৰ শাসনকৰ্ত্তাসকলক আৰু দেশৰ সকলো লোকক লগত লৈ ৰজাক যিহোৱাৰ গৃহৰ পৰা নমাই আনিলে; তেওঁলোকে ওপৰ দুৱাৰেদি আহি ৰাজ গৃহত সোমাই ৰাজ সিংহাসনত ৰজাক বহুৱালে।
Ja hän otti mukaansa sadanpäämiehet, ylimykset ja kansan hallitusmiehet sekä kaiken maan kansan ja vei kuninkaan Herran temppelistä, ja he tulivat Yläportin kautta kuninkaan linnaan ja asettivat kuninkaan kuninkaalliselle valtaistuimelle.
21 ২১ তেতিয়া দেশৰ সকলো মানুহে আনন্দ কৰিলে আৰু নগৰ সুথিলে থাকিল। কিন্তু অথলিয়াক হ’লে লোকসকলে তৰোৱালেৰে বধ কৰিলে৷
Ja kaikki maan kansa iloitsi, ja kaupunki pysyi rauhallisena. Mutta Ataljan he surmasivat miekalla.