< ২ বংশাবলি 16 >
1 ১ আচা’ৰ ৰাজত্ব কালৰ ছয়ত্ৰিশ বছৰত ইস্ৰায়েলৰ ৰজা বাচাৰ বিৰোধ কৰি আক্রোশমূলক ভাবে যিহূদা আক্রমণ কৰিছিল, আৰু ৰামা চহৰ সুসজ্জিত কৰি নিৰ্মাণ কৰিছিল, যাতে যিহূদাৰ ৰজাৰ ওচৰলৈ কোনো ৰাজ্যৰ লোক অহা-যোৱা কৰিব নোৱাৰে।
Asaning sǝltǝnitining ottuz altinqi yili, Israilning padixaⱨi Baaxa Yǝⱨudaƣa ⱪarxi ⱨujum ⱪildi; ⱨeqkim Yǝⱨudaning padixaⱨi Asa bilǝn bardi-kǝldi ⱪilmisun dǝp, Ramaⱨ xǝⱨirini mǝⱨkǝm ⱪilip yasidi.
2 ২ তেতিয়া আচা’ই যিহোৱাৰ গৃহৰ আৰু ৰাজগৃহৰ ভঁৰালৰ পৰা ৰূপ আৰু সোণ উলিয়ালে আৰু সেইবোৰ দি দম্মেচকত থকা অৰামীয়া বিন-হদদ ৰজাৰ ওচৰলৈ পঠিয়ালে৷ তেওঁ ক’লে,
U waⱪitta Asa Pǝrwǝrdigarning ɵyidiki hǝzinilǝrdin wǝ padixaⱨning ordisidiki hǝzinilǝrdin altun-kümüxni elip ularni Dǝmǝxⱪtǝ turuxluⱪ Suriyǝ padixaⱨi Bǝn-Ⱨadadⱪa ǝwǝtip wǝ bu hǝwǝrni yǝtküzüp: —
3 ৩ “মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজত বন্ধা হওঁক; চাওক, মই আপোনালৈ কিছু ৰূপ আৰু সোণ পঠিয়াইছোঁ৷ আপুনি গৈ, ইস্ৰায়েলৰ বাচা ৰজা মোৰ ওচৰৰ পৰা গুচি যাবৰ বাবে, আপুনি তেওঁৰ লগত বন্ধা নিয়মটি ভাঙক।”
«Mening atam bilǝn silining atilirining arisida bolƣandǝk mǝn bilǝn silining arilirida bir ǝⱨdǝ bolsun. Mana, siligǝ kümüx bilǝn altun ǝwǝttim; ǝmdi Israilning padixaⱨi Baaxa bilǝn bolƣan ǝⱨdiliridin ⱪollirini üzsilǝ; xuning bilǝn u meni ⱪamal ⱪilixtin ⱪol üzsun» — dedi.
4 ৪ তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনিলে, আৰু ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য সামন্তৰ সেনাপতিসকলক পঠিয়ালে৷ তেওঁলোকে ইয়োন, দান, আবেল-ময়িম আৰু নপ্তালীৰ সকলো ভঁৰাল নগৰ আক্ৰমণ কৰিলে।
Bǝn-ⱨadad Asa padixaⱨning sɵzigǝ kirip, ɵz ⱪoxunining sǝrdarlirini Israilning xǝⱨǝrlirigǝ ⱨujum ⱪilixⱪa ǝwǝtip, Ijon, Dan, Abǝl-mayim, Naftalidiki barliⱪ ambar xǝⱨǝrlirini beⱪindurdi.
5 ৫ বাচাই এই সম্বাদ পোৱাৰ পাছত ৰামা সুসজ্জিত কৰিবলৈ এৰিলে আৰু নিজ কাৰ্যৰ পৰা ক্ষান্ত হ’ল।
Baaxa bu hǝwǝrni anglap, Ramaⱨ istiⱨkamini yasaxtin ⱪolini yiƣip, ⱪuruluxlarning ⱨǝmmisini tohtatti.
6 ৬ তেতিয়া ৰজা আচা’ই গোটেই যিহূদাক তেওঁৰ লগত লৈ গ’ল৷ আৰু বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা সুসজ্জিত কৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ তেওঁলোকে গৈ লৈ আহিল৷ পাছত গেবা আৰু মিস্পা চহৰ নিৰ্মাণ কৰিবলৈ আচা’ই সেইবোৰ ব্যৱহাৰ কৰিলে।
Asa padixaⱨ bolsa pütkül Yǝⱨudaning adǝmlirini baxlap, Baaxa Ramaⱨ xǝⱨirini yasaxⱪa ixlǝtkǝn taxlar bilǝn yaƣaqlarni Ramaⱨtin toxup elip kǝtti. U muxularni ixlitip Gebani wǝ Mizpaⱨni mǝⱨkǝm ⱪilip yasidi.
7 ৭ সেই সময়ত হনানী দৰ্শকে যিহূদাৰ আচা ৰজাৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্য-সামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল।
U qaƣda, aldin kɵrgüqi Ⱨanani Yǝⱨuda padixaⱨi asaning yeniƣa kelip uningƣa: — Ɵzüng Pǝrwǝrdigar Hudayingƣa ǝmǝs, bǝlki Suriyǝ padixaⱨiƣa tayanƣanliⱪing üqün Suriyǝ padixaⱨining ⱪoxuni ɵz ⱪolungdin ⱪutuldi.
8 ৮ কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল।
Efiopiylǝr bilǝn Liwiyǝliklǝr qong bir ⱪoxun ǝmǝsmidi? Jǝng ⱨarwiliri wǝ atliⱪ ǝskǝrliri intayin kɵp ǝmǝsmidi? Lekin sǝn pǝⱪǝt Pǝrwǝrdigarƣa tayanƣanda, u ularni ⱪolungƣa tapxurƣanidi.
9 ৯ কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।”
Qünki Pǝrwǝrdigar kɵngli Manga tamamǝn sadiⱪ bolƣanlarƣa yardǝmdǝ bolup, Ɵzümni ⱪudrǝtlik kɵrsitǝy dǝp, kɵzlirini pütün yǝr yüzidǝ uyan-buyan yügürtidu. Sǝn bu ixta bǝk ǝhmǝⱪliⱪ ⱪilding. Əmdi buningdin keyin uruxlardin halas bolalmaysǝn, dedi.
10 ১০ তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত হ’ল, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে।
Buni anglapla Asa aldin kɵrgüqigǝ intayin ƣǝzǝplinip, uni zindanƣa solap ⱪoydi; uning bu sɵzigǝ ⱪǝⱨri ⱪaynap kǝtti. U xu waⱪitlarda hǝlⱪtin bǝzilirigǝ zulum selixⱪa baxliƣanidi.
11 ১১ চোৱা, ৰজা আচা’ই যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
Mana, Asaning ⱪilƣan ixliri baxtin ahiriƣiqǝ «Yǝⱨuda wǝ Israil padixaⱨlirining tarihnamisi»da pütülgǝndur.
12 ১২ আচা’ৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত তেওঁৰ ভৰিত বেমাৰ হ’ল; তেওঁৰ বেমাৰ অতিশয় টান হ’ল৷ তথাপি তেওঁ বেমাৰৰ কালতো যিহোৱাক নিবিচাৰি, বেজসকলকহে বিচাৰিছিল।
Asaning sǝltǝnitining ottuz toⱪⱪuzinqi yilida putida bir kesǝl pǝyda boldi; wǝ kesili barƣanseri eƣirlixip kǝtti; lekin u aƣriƣandimu Pǝrwǝrdigarni izdimidi, bǝlki pǝⱪǝt tewiplardinla yardǝm izdidi.
13 ১৩ পাছত আচা তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁৰ ৰাজত্বৰ একচল্লিশ বছৰত তেওঁ মৰিল।
Asa sǝltǝnitining ⱪiriⱪ birinqi yilida ɵldi, ata-bowiliri arisida uhlidi.
14 ১৪ পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।
Hǝlⱪlǝr uni «Dawut xǝⱨiri»dǝ ɵzigǝ atap tǝyyarlitip koliƣan ⱪǝbrigǝ dǝpnǝ ⱪildi. Ular uni ǝttarlarning usuli bilǝn tǝngxǝlgǝn ⱨǝrtürlük dora-dǝrmandin bolƣan bir arilaxma pürkǝlgǝn jinaziƣa yatⱪuzdi ⱨǝmdǝ uningƣa atap nurƣun huxbuy yandurdi.