< ১ তীমথিয় 5 >
1 ১ বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
Ugajehudamira ulume umzee. Bali upele umwoyo neshe uyise waho. Ubhapele umwoyo asahala abheshilume neshe aje bhaholo bhaho.
2 ২ বৃদ্ধা মহিলা সকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতী সকলক সম্পূর্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা।
Upele umwoyo abhashe ashikolo kama neshe anyine bhaho na abhashe alenduneshe ayilombo bhaho huhuwinza wonti.
3 ৩ যি সকল প্ৰকৃত বিধৱা, সঁচাই অকলশৰীয়া সেই সকলক সমাদৰ কৰিবা।
Uubhaheshimu afwele bhala bhabhali bhafwele lyoli lyoli.
4 ৪ কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়।
Lelo nkeshele ufwele anabhana au namama ubhaleshe bhahwifunza abhonesye eheshima hwabhantu bha mnyumba yao bhebho uleshe bhabhasaidile aise bhabho. Aminza afwanaje ene nyinza hwitagalila elya Ngolobhe.
5 ৫ কিন্তু যি গৰাকী প্ৰকৃত বিধৱা আৰু অকলশৰীয়া, তেওঁ ঈশ্বৰত কৰা বিশ্ৱাস সুনিশ্চিত ৰাখি, ৰাতিয়ে-দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকক।
Lelo ufwele uwelyoli lyoli yayola yalehwilwe mwene wope abheshele na pambo male hwa Ngolobhe. Esiku zwonti aputa nalabhe esala usiku na pasanya.
6 ৬ কিন্তু যি গৰাকী ইন্দ্ৰিয় সুখত মগ্ন থাকে, তেওঁ জীয়াই থাকিও মৰা।
Hata esho ufwele ula yakhala netuma afwiye lwapo mwomi.
7 ৭ এইবোৰৰ বিষয়ে তুমি আদেশ দিবা, যাতে তেওঁলোক নিৰ্দোষী হয়।
Na ulombelele ege amambo ili kwamba bhagajebhe bhahwiune.
8 ৮ কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
Eshi nkashile umuntu sabhalela ahoro bhakwe, tee bhala bhabhalimwao alaniwe na akhene ulyeteho na bhibhi ashile yasalinolyeteo.
9 ৯ এগৰাকী বিধৱা বুলি এনে মহিলা সকলৰ নাম তালিকাভুক্ত হওক: যি গৰাকীৰ বয়স ষাঠিতকৈ কম নহয় আৰু তেওঁ এজন স্বামীৰ ভার্যা আছিল।
Basi ushe gasimbisiweje abhe fwele abhaje namaha gasegaposhe sitini, abhanje fwele yali nolume umo.
10 ১০ তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷
Lazima abhanje amanyisye humatendo aminza abhanje abhalelile abhana bhakwe abhanje anepya hwanjenyi au abhanje abhasaidi aputi bhamwao, au ahwifumizwe humbombo yeyonti enyeza.
11 ১১ কিন্তু যুৱতী বিধৱা সকলক গ্ৰহণ নকৰিবা, কিয়নো তেওঁলোকে ইন্দ্রিয়-সুখাভিলাষিনী হৈ খ্রীষ্টৰ বিৰুদ্ধে গৈ বিয়া হবলৈ ইচ্ছা কৰিব।
Lelo hwabhala afwele alendu ukhane abhabheshe hudadi yefwele kwasababu nkabhakhatwe ne taama agebele bhahwanza ahwengwe, hwidala eli bhahwinjila matama agebele zidi ya Kristi bhahwanza ahwengwe.
12 ১২ এইদৰে তেওঁলোকে পূৰ্বৰ শপত প্রত্যাহাৰ কৰাৰ কাৰণে পাপত আৱদ্ধ হয়।
Hwidala eli bhahwinjila mhatia bhabudulanya hwifumye hwabho uhwelyoli.
13 ১৩ ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ কবলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়।
Nantele bhahwiyinjizwa humazowea. Eye wolo abhahale bhazwogola khaya kwa khaya siyo aje bholo tu, bala antele bhabha bhasenkenyaji bhabhuhwinjilile abhale abhahale bhayanga amambo gasehwanziwa agayanje.
14 ১৪ এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।
Eshi ane ehwanza abhashe alendu bhengwaje bhupapaje abhana, bhasimamilaje enyumba zwao ili bhagaje hupele ubhibhi enafasi ya tilonje kwa abhombe embibhi.
15 ১৫ কিয়নো ইতিমধ্যে কোনো কোনোৱে এনেদৰে চয়তানৰ পাছত বিপথে গ’ল।
Kwa sababu bhamo bhao bhagulusi usetano.
16 ১৬ যদি কোনো বিশ্বাসী মহিলাৰ মাজত বিধৱা সকল থাকে, তেনেহলে মণ্ডলীক ভাৰগ্রস্ত নকৰি তেৱেঁই সেই সকলৰ উপকাৰ কৰক যাতে মণ্ডলীয়ে স্বৰূপ বিধৱা সকলক সাহায্য কৰিব পাৰে।
Nkashile ushe yayonti uwelyeteho ana fwele, basi awavwe ili eshibhanza shigaje alemelye ili libhasailadiaje bhala bhabahli bhafwele lyolilyoli.
17 ১৭ যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
Basi bhala agosi bhalongozwa shinza mubhaheshimu aje bhahwaziwa abaheshimu marahahinji hasa bhala bhabha hwishuguliswa amwanzywe izu elya Ngolobhe.
18 ১৮ কিয়নো ধৰ্মশাস্ত্ৰত কৈছে “মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু “বনুৱা নিজ বেচৰ যোগ্য।”
Afwatanaje amasimbilo gayanga ugaje hufunje eng'ombe elo mu nalya eshalye ubhomba mbombo ahwanziwo ushala wakwe.”
19 ১৯ পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা।
Ugaje aposhe mashitaka hwagosi sipokua bhahweli ashahidi bhabhele au bhadatu.
20 ২০ আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা।
Ehulajizwa ubha nkhane hwitagalilo elyebhantu wonti ili abhanje bhasageye labda bhagayeta.
21 ২১ ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।।
Ehulujizwa kwa thati hwetagalila lya Ngolobhe, na hwitagalila ya Kristi uYesu, na bha malaika aleule aje uzitunze endajizwo ega bila asalulanye yoyonti na aije uganje abhombe ejambo lyolyonti apendele.
22 ২২ কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।
Ugaje hubheshele umuntu yoyonti okhono nanali ugaje ashiliki ibibhi zwa muntu uwe je uhwanziwa ahwilinde wewe mwenyewe ubhaje mwinza.
23 ২৩ তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ দ্ৰাক্ষাৰস পান কৰিবা।
Sehwanziwa amwile amenzegene. Badala yakwe, unywelaje mvinyo hashe kwajili yevyanda nempongo yaho ye mara kwa mara.
24 ২৪ কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ-পথত অগ্ৰগামী হয় আৰু কোনো কোনো লোকৰ পাপ পাছত স্পষ্ট হয়৷
Ibibhi baadhi ezwa bhantu zibhoneha wene zibhatagalile hundongo lelo baadhi ya bibhi zwa bhantu bhamo zibhafwata.
25 ২৫ ঠিক সেইদৰে মানুহৰ সৎ কর্মবোৰো সহজে প্রকাশ পায়। যদিও সেইবোৰৰ কিছুমান স্পষ্ট ৰূপত দেখা পোৱা নাযায়, তথাপি সেইবোৰক চিৰদিনৰ বাবে গুপ্ত কৰি ৰাখিব নোৱাৰি।
Hwisalo shesho baadhi ya yembombo enyinza zihwelewe hwa pawelele lelo hata zimo sezwaifisiha.