< ১ থিচলনীকীয়া 1 >
1 ১ মই পৌল, চীল আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ; অনুগ্ৰহ আৰু শান্তি আপোনালোকলৈ হওক।
పౌలః సిల్వానస్తీమథియశ్చ పితురీశ్వరస్య ప్రభో ర్యీశుఖ్రీష్టస్య చాశ్రయం ప్రాప్తా థిషలనీకీయసమితిం ప్రతి పత్రం లిఖన్తి| అస్మాకం తాత ఈశ్వరః ప్రభు ర్యీశుఖ్రీష్టశ్చ యుష్మాన్ ప్రత్యనుగ్రహం శాన్తిఞ్చ క్రియాస్తాం|
2 ২ আমি সদায় প্ৰাৰ্থনা কালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ।
వయం సర్వ్వేషాం యుష్మాకం కృతే ఈశ్వరం ధన్యం వదామః ప్రార్థనాసమయే యుష్మాకం నామోచ్చారయామః,
3 ৩ আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু সহনশীলতাৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ।
అస్మాకం తాతస్యేశ్వరస్య సాక్షాత్ ప్రభౌ యీశుఖ్రీష్టే యుష్మాకం విశ్వాసేన యత్ కార్య్యం ప్రేమ్నా యః పరిశ్రమః ప్రత్యాశయా చ యా తితిక్షా జాయతే
4 ৪ হে ঈশ্বৰৰ প্ৰিয় ভাইসকল, আপোনালোক যে মনোনীত লোক, সেই বিষয়ে আমি জানো;
తత్ సర్వ్వం నిరన్తరం స్మరామశ్చ| హే పియభ్రాతరః, యూయమ్ ఈశ్వరేణాభిరుచితా లోకా ఇతి వయం జానీమః|
5 ৫ কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি আপোনালোকৰ বাবে কেনে ধৰণে আছিলোঁ, সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল।
యతోఽస్మాకం సుసంవాదః కేవలశబ్దేన యుష్మాన్ న ప్రవిశ్య శక్త్యా పవిత్రేణాత్మనా మహోత్సాహేన చ యుష్మాన్ ప్రావిశత్| వయన్తు యుష్మాకం కృతే యుష్మన్మధ్యే కీదృశా అభవామ తద్ యుష్మాభి ర్జ్ఞాయతే|
6 ৬ বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’ল।
యూయమపి బహుక్లేశభోగేన పవిత్రేణాత్మనా దత్తేనానన్దేన చ వాక్యం గృహీత్వాస్మాకం ప్రభోశ్చానుగామినోఽభవత|
7 ৭ তাৰ ফলত আপোনালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হৈছে।
తేన మాకిదనియాఖాయాదేశయో ర్యావన్తో విశ్వాసినో లోకాః సన్తి యూయం తేషాం సర్వ్వేషాం నిదర్శనస్వరూపా జాతాః|
8 ৮ মাত্র মাকিদনিয়া আৰু আখায়া অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই।
యతో యుష్మత్తః ప్రతినాదితయా ప్రభో ర్వాణ్యా మాకిదనియాఖాయాదేశౌ వ్యాప్తౌ కేవలమేతన్నహి కిన్త్వీశ్వరే యుష్మాకం యో విశ్వాసస్తస్య వార్త్తా సర్వ్వత్రాశ్రావి, తస్మాత్ తత్ర వాక్యకథనమ్ అస్మాకం నిష్ప్రయోజనం|
9 ৯ কাৰণ লোক সকলে আমাক জনাইছে যে, আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কি ভাবে আপোনালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে৷
యతో యుష్మన్మధ్యే వయం కీదృశం ప్రవేశం ప్రాప్తా యూయఞ్చ కథం ప్రతిమా విహాయేశ్వరం ప్రత్యావర్త్తధ్వమ్ అమరం సత్యమీశ్వరం సేవితుం
10 ১০ ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।
మృతగణమధ్యాచ్చ తేనోత్థాపితస్య పుత్రస్యార్థత ఆగామిక్రోధాద్ అస్మాకం నిస్తారయితు ర్యీశోః స్వర్గాద్ ఆగమనం ప్రతీక్షితుమ్ ఆరభధ్వమ్ ఏతత్ సర్వ్వం తే లోకాః స్వయమ్ అస్మాన్ జ్ఞాపయన్తి|