< ১ থিচলনীকীয়া 4 >
1 ১ সর্বশেষত, হে প্রিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
Mbe eja kubhutelo, bhana bhasu, echibhasimbagilisha no kubhelembelesha mu Yesu Kristo. Lwakutyo mwalamiye amelesho okusoka kweswe na lwakutyo jibheile mu kalibhatie no kumukondelesha Nyamuanga, mu njila eyo one mulibhatega no kukola kwafu.
2 ২ কাৰণ প্ৰভু যীচুৰ অধিকাৰৰ দ্বাৰাই আমি আপোনালোকক কি কি পৰামৰ্শ দিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
Kulwo kubha mumenyele na melesho- ki ganu chanyakile okulabha ku Latabhugenyi Yesu.
3 ৩ কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে।
Kulwo kubha kunu nikwo okwenda kwa Nyamuanga okwesibhwa kwemwe-ati mwing'ang'e no obhulomesi,
4 ৪ আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে।
ati bhuli munu wemwe kamenya okumutunga omugasi wae omwene mu bhulengelesi ne chibhalo.
5 ৫ ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।
Wasiga kubha no mugasi kulwa inamba yo mubhili (lwa bha Maanga bhanu bhatamumenya Nyamuanga).
6 ৬ এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
Asiga kubhao munu wona wona unu kambuka olubhibhi no kumunyamulila owabho ingulu yo omusango gunu. Kulwo kubha Latabhugenyi niwe owoku chisubhisha olusima ku misango jone jinu lwa kutyo chatangatile okubhakengya no kubhabhambalila.
7 ৭ কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে।
Kulwo kubha Latabhugenyi atachibhilikiye mu bhujabhi nawe mu bhulengelesi.
8 ৮ এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
Kulwejo unu kalilema linu atakubhalema abhanu, nawe kamulema Nyamuanga, unu kabhayana Mwoyo Mwelu waye.
9 ৯ ভাতৃপ্ৰেমৰ বিষয়ে হ’লে আপোনালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে।
Okulubhana ne lyenda lya bhaili, bhutalio bhukene bhwo munu wona wona owo kukwandikila, kulwo kubha mwiigisibhwe na Nyamuanga okwendana emwe abhene-la.
10 ১০ বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাইকে আপোনালোকে প্রেম কৰে। কিন্তু হে ভাইসকল, আমাৰ পৰামর্শ এই যে, আপোনালোকে যেন প্রেমত অধিককৈ উপচি পৰে।
Ni chimali, mwakolele ganu gone mu bhaili bhanu bhali Makedonia yona, mbe nawe echibhelembelesha, abhaili, mukole no kukilao.
11 ১১ আমি আপোনালোকক পুণৰ পৰামর্শ দিওঁ যে, আপোনালোকে শান্তিপূর্ণ জীৱন কটোৱাৰ বাবে আপ্রাণ চেষ্টা কৰক; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্রম কৰিবলৈ ইচ্ছা কৰক।
Echibhelembelesha mubhe no bhulame bhwo bhwolobhe, no kwenda emilimu jemwe no kukola emilimu kwa mabhoko gemwe, lwa kutyo chabhalagiliye.
12 ১২ আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
Nukole ganu koleleki mutule okulibhata kisi na muchibhalo mwabho bhanu bhali anja ne likilisha, koleleki wasiga kukeyelwako no bhukene bhwona bhwona.
13 ১৩ হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।
Chitakwenda emwe musombokelwe lwakutyo jitali ja kisi, emwe bhaili, ingulu ya bhanu bhamamile, koleleki mwasiga kubha no bhusulumbaye lwa bhandi bhanu bhatana bhumenyi okulubhana no mwanya gunu oguja.
14 ১৪ কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।
Nolwo chikekilisha ati Yesu afuye no kusuluka lindi, nikwo kutyo Nyamuanga kabhaleta amwi na Yesu kwabho bhanu bhafuye mu mwene.
15 ১৫ প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।
Ingulu yago echibhabhwila emwe kwo misango ja Latabhugenyi, ati eswe bhanu chili bhaanga, bhanu chilibhao mu mwanya gwo kuja kwaye Latabhugenyi, ni chimali chitakubhatangatila bhanu bhamamile munfwa.
16 ১৬ কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;
Kulwo kubha Latabhugenyi omwene alika okusoka mumele. Kaja no bhulaka bhukulu, amwi no bhulaka bhwa malaika mukulu, amwi na ing'ombi ya Nyamuanga, bhanu bhafuye mu Kristo bhalisululwa okwamba.
17 ১৭ তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।
Okumala eswe bhanu chili bhaanga, bhanu chilibha chisigaye, chilibhuganganila bhona mu mele amwi okuja okumulamila Latabhugenyi mulutumba. Mu njila inu chilibha na Latabhugenyi nsiku jona.
18 ১৮ এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।
Kulwejo, musilishanyega emwe abhene kwa abhene ku misango jinu.