< ১ পিতৰ 4 >
1 ১ এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
K utrpení přistupujte jako Kristus, který zakusil mnoho bolesti. Kdo takto trpěl, rozhodl se skoncovat s hříchem.
2 ২ এনে ব্যক্তিয়ে মাংসিক অভিলাষত দীর্ঘ সময় জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
A tak pokud jste ještě zde na zemi, nepoddávejte se hříšným touhám, ale řiďte se Boží vůlí.
3 ৩ যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷
Stačí, že jako nevěřící jste v minulosti žili nevázaným životem, ve vášních, v opilství, v obžerství, v pitkách a v hanebném modlářství.
4 ৪ তাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে।
Samozřejmě, vaši dřívější přátelé budou překvapeni, že už s nimi nedržíte, budou se vám posmívat a pohrdat vámi.
5 ৫ কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধ-বিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব।
Ale z toho si nic nedělejte; vždyť oni se budou za svůj život zodpovídat Soudci všech živých i mrtvých.
6 ৬ কিয়নো যি সকল মৰিল, তেওঁলোকৰ আগত এই অভিপ্ৰায়েৰে শুভবাৰ্তা প্ৰচাৰ কৰা হৈছিল, যদিও তেওঁলোকৰ বিচাৰ যিহেতু মানৱ শৰীৰত হব, আত্মাত তেওঁলোক সেই অনুসাৰে ঈশ্ৱৰলৈ জীৱিত৷
Proto bylo evangelium zvěstováno i těm zemřelým, kteří za svého života byli lidmi povrchním hodnocením odsuzováni, které však Bůh, jenž soudí podle ducha, odmění věčným životem.
7 ৭ কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
Rychle se blíží konec všeho,
8 ৮ বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
proto žijte ukázněně a horlivě se modlete. Především ať vaše vzájemné vztahy jsou plné opravdové lásky – vždyť láskou můžete přikrýt mnoho provinění.
9 ৯ আপত্তি নকৰাকৈ ইজন-সিজনৰ প্ৰতি অতিথিপৰায়ণ হওক।
Ochotně otevřte svůj domov všem, kteří to potřebují.
10 ১০ আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;
Každý z vás je Bohem obdarován nějakými schopnostmi. Užívejte jich moudře k vzájemné službě a k dalšímu rozvoji.
11 ১১ যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn )
Jsi povolán kázat Boží pravdy? Potom ať tvá řeč je poselstvím od Boha. Jsi povolán, abys pomáhal druhým? Dělej to tedy s veškerou energií, kterou ti Bůh dává, aby on byl oslaven v Ježíši Kristu. Jemu patří všechna sláva a moc navždy. Amen. (aiōn )
12 ১২ হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷
Moji milí přátelé, nenechte se zmást různými těžkými zkouškami, které prověřují vaši víru není, to nic neobvyklého.
13 ১৩ কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।
Přijímejte takové zkoušky rádi, vždyť tím trpíte jako Kristus a o to více se budete v den jeho příchodu radovat.
14 ১৪ আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।
Urážejí-li vás lidé proto, že jste křesťany, považujte to za výsadu. Můžete si být jisti, že Boží Duch, Duch slávy, bude při vás.
15 ১৫ কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক;
Nerad bych slyšel, že někdo z vás trpí pro vraždu, krádež, nějaký zločin nebo zasahování do záležitostí druhých lidí.
16 ১৬ যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।
Jestliže však trpíte jako křesťané, pak to není žádná hanba. Chvalte Boha za výsadu, že patříte do Boží rodiny a že smíte nést Kristovo jméno – křesťané.
17 ১৭ কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?
Vždyť je určena doba, kdy má začít soud od těch, kteří patří Bohu. A jestliže máme být nejprve souzeni my křesťané, jaký hrozný osud čeká ty, kteří Boží poselství odmítají?
18 ১৮ আৰু যদি ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়, তেনেহলে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক’ত মুখ দেখুৱাব?
Když se stěží zachrání věřící člověk, co teprve čeká hříšné a bezbožné?
19 ১৯ এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।
A tak trpíte-li podle Boží vůle, pokračujte v činění dobra a svěřte se cele svému Stvořiteli, jenž vás nikdy nezklame.