< ১ যোহন 1 >
1 ১ যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্ৰসংগ আমি লিখিলোঁ,
Tuwalembera mwenga kuusu Shisoweru gwa ukomu yakaweriti kwanjira kwanja. Twenga tupata kumpikinira na kumuwona kwa masu getu twaweni, tumloliti na kumkola kwa mawoku getu twaweni.
2 ২ আৰু সেই জীৱন প্ৰকাশিত আছিল, আমি দেখিছিলোঁ, সাক্ষ্য বহন কৰিছিলোঁ আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ, যি অনন্ত জীৱন পিতৃৰ সৈতে আছিল আৰু আমাৰ আগত প্ৰকাশিত হ’ল; (aiōnios )
Ukomu ayu pakalawiriti twenga tumuwoniti na tutakula visoweru vyakuwi na kuwabwelera ukomu ayu gwa mashaka goseri, yakaweriti kwa Tati na kalanguziyitwi kwa twenga. (aiōnios )
3 ৩ সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।
Tuwabwelera mwenga shilii shatushiwoniti na kushipikinira, su mwenga mpati kutenda pamuhera natwenga muwumu yatuwera nagu na Tati na Mwana gwakuwi Yesu Kristu.
4 ৪ আৰু আপোনালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেই কাৰণে আমি এইবোৰ কথা লিখিছোঁ।
Twankuwalembera vitwatira avi su nemeleru ya twenga imalilika.
5 ৫ আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই।
Su ujumbi yatuwupikaniriti kwakuwi na yatuwabwelera mwenga kuwera Mlungu ndo ulangala na kwakuwi kwahera luwindu nakamu.
6 ৬ সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছোঁ বুলি কওঁ আৰু আমি আন্ধাৰত চলোঁ, তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷
Patulonga kuwera twana uwumu nayomberi na uganu patugendagenda muluwindu, twenga tupaya na matendu getu ganakaka ndiri.
7 ৭ কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।
Kumbiti patugendagenda muulangala gambira Mlungu ntambu yakalikala muulangala, su hatuweri na umu twaweni gweka na mwazi gwakuwi Yesu Kristu, Mwana gwakuwi, gwankutupunga vidoda vyoseri.
8 ৮ আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।
Patutakula kuwera twahera vidoda, twankulipayira twaweni na unakaka kwahera mngati mwetu.
9 ৯ কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।
Kumbiti patuleka vidoda vyatutenda, yomberi ndo mwaminika na muheri mashaka goseri, hakatulekiziyi vidoda vyetu na kutupunga ukondola woseri.
10 ১০ আমি পাপ কৰা নাই বুলি যদি কওঁ, তেনেহলে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই।
Patutakula kuwera tutenda ndiri vidoda, hatumtendi Mlungu kuwera mpayira na shisoweru shakuwi kwahera mngati mwetu.