< ১ কৰিন্থীয়া 11 >
1 ১ মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।
Munivingililaghe une, ndavule une vule nikum'bingilila u Kilisite.
2 ২ আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ প্ৰশংসা কৰিছোঁ।
Lino nikuvapala ulwakuva vule mukung'umbuka mu agha ghoni. Nikuvapaala ulwakuuva mughakolile amapokeo ndavule aletile kulyumue.
3 ৩ কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা।
Looli nilonda mukagule kuuti u Kilisite ghwe muutu ghwa mughosi ghweni, ghwoope umughosi ghwe muutu ghwa mumama, nakuuti u Nguluve ghwe muutu ghwa Kilisite.
4 ৪ যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে।
Umughosi ghweni juno ikufunya nambe juno ihumia uvuvili iva afwalile ikofili ku muutu ikughupela isoni umutu ghwa mwene.
5 ৫ কিন্তু যি কোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে, বা ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে; কিয়নো তেওঁৰ মূৰ খুৰুউৱাৰ নিচিনা হয়।
Looli umumama ghweni juno ikufunya nambe ihumia uvuvivi umuutu ghwa mwene angabuhile kufwala ikofili mhu muutu ikughupela isoni umuunhu ghwa mwene. Ulwakuva ghuling'ine kange heene abikilue.
6 ৬ কাৰণ মহিলাই যদি ওৰণি নলয়, তেনেহলে চুলিও কটা যাওঁক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহলে তেওঁ ওৰণি লওঁক।
Nave heene umumama na kwe kuuti na ifunika umuutu ghwa mwene, panaketue ilinyele lya mwene live lifupi. Ulwakuva nave se soni umu mama kuketa ilinyele lya mwene nambe kuketua, looli afunike umuutu ghwa mwene.
7 ৭ কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱাত, ওৰণি লোৱা তেওঁৰ উচিত নহয়; কিন্তু মহিলা হ’লে পুৰুষৰহে গৌৰৱ।
Looli nalunoghile umughosi kufunika umutu ghwa mwene, ulwakuva kye kihwani nu vwitike vwa Nguluve. looli umumama vwe vwitiki vwa mughosi.
8 ৮ কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ’ল।
Ulwakuva umughosi nahumilanile nu mumama. Looli umumama alyahumile nu mughosi.
9 ৯ কাৰণ মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল।
Nambe mughosi nakavumbilue vwimila vwa mumama. Looli umumama alyavumbilue nu mughosi.
10 ১০ সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।
Pa uluo umumama anoghile kuva ni ndaghilo ija vutavulilua pa muutu ghwa mwene, vwimila vwa nyamola
11 ১১ তথাপি যি কি নহওক, প্ৰভুত, মহিলাৰ অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷
Pa uluo, mwa Mutwa, umumama napwale mwene nambe umughosi, nambe umumama.
12 ১২ কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল; কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল।
Ulwakuva ndavule vulevule umumama alya humile kwa mughosi, vulevule alyahumile kwa mumama. Kange ifinu fyoni fihuma kwa Nguluve.
13 ১৩ আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে?
Highagha jumue: Vuli! sa kyang'haani umu mama ansume u Nguluve umuutu ghwa mwene ghuve pavuvalafu?
14 ১৪ প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?
Vuli kange inyiho seene nasikuvavulanisia kuuti umughosi angave nilinyele ilitali soonibkwa mwene.
15 ১৫ কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক; কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হ’ল।
Vuli ulwigho nalukuvavulanisia kuuti umumama avisaghe nhi linyele ilitali vwe vwimila vwitiki kwa mwene? Ulwakuva apelilue ilinyele lila live litali ndavule umwene ghwa mwene.
16 ১৬ কিন্তু কোনোৱে যদি বাদবিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।
Looli umuunhu ghweni ilonda kukaning'ana vwimila vwa iili, usue natulinilinge nambe ing'ong'ano sa Nguluve.
17 ১৭ এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা এই, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়।
Mu masio ghano ghavingilile, une nanikuva paala. Ulwakuva panomukong'ana, nakwekuuti lyambulilo looli luvumbulilo.
18 ১৮ কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ।
Ulwavutengulilo, nipulika kuuti pano mukong'ana mulukong'ano, kwefile ifighavo palyumue, na pakighavo nikwitika.
19 ১৯ কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
Ulwakuuva lunoghile peluve misuguano mulyumue, ulwakuuti vala vano vavitikisie vikagulika kulyumue.
20 ২০ তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায়, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়;
Ulwakuuva mutang'ana, kino mulia nakwekuuti kyakulia kya Mutwa.
21 ২১ কিয়নো ভোজন কৰোঁতে, প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে; তাতে কোনো জনৰ ভোক থাকে, কোনো জন মতলীয়া হয়।
Pano mulia, umuunhu ghweni ilisagha ikyakulia kya mwene jujuo pano avange navalile. Kange uju ghwope alininjala, nuju aghalile.
22 ২২ তেনেহলে ভোজন-পান কৰিবলৈ, আপোনালোকৰ নিজ নিজ ঘৰ নাই নে? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীন সকলক লাজ দিয়া নে? মই আপোনালোকক কি ক’ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে? আপোনালোকৰ প্ৰশংসা নকৰোঁ।
Vuli nakwesile inyumba isakulia na kunywila? Vuli musyojuile ulukongano lwa Nguluve nakuvapela isoni vano navalinikinhu? Nijova kiki kulyumue? Nivapaale? Nanikuvapala ku iili!
23 ২৩ কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
Ulwakuva nikupile kuhuma kwa Mitwa kila kiino nivapelile umue kwa Mutwa Yesu, ikilo jila jino ye alekilue, akatolile un'kate.
24 ২৪ সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি ক’লে, ‘তোমালোকৰ কাৰণে এই মোৰ শৰীৰ যি তোমালোকৰ বাবে ভঙা হব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা’।
Ye ahongisie, alyadenyile nakujova, “Ughu ghwe m'bili ghwango ghuno ghuli vwimila ghwinu. Muvombaghe ndiiki kukung'umbuka une.”
25 ২৫ এইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ ক’লে, ‘এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম; তোমালোকে যিমান বাৰ ইয়াক পান কৰা, সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা’।
Vulevule akatoola ikikombe ye alile, na kujova, “Ikikombe iki lwe lufingo ulupia mu danda jango. Muvombaghe ndiiki kye kiinga kiila pano munyua, kukung'umbuka une.”
26 ২৬ কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।”
Unsiki ghweni pano mulia un'kate ughu na kukinywela ikikombe, mupalisia uvufue vwa Mutwa m'paka pano ilikwisa.
27 ২৭ এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব।
Pa uluo, umuunhu ghweni juno ilia un'kate nambe juno inywila ikikombe ikio ikya Mutwa nainoghela, iva ajikavile ihatia ja m'bili nibdanda ja Mutwa.
28 ২৮ কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
Umuunhu ajiposiaghe jujuo, kange alisaghe um'bili nakunyua ikikombe ikio.
29 ২৯ কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে।
Ulwakuva juno ilia na kunyua nambe kusanganula um'bili, ilia na kunyua uvuhighi vwa mwene jujuo.
30 ৩০ এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দূৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল।
Vwimila vwa ulu avaanhu viinga mulyumue ve vatamu kange muvamo mulumue vafwile.
31 ৩১ কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
Looli tulolaghe jusue natuhighua.
32 ৩২ কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ।
Looli pano tuhighua nu Mutwa, tugomokesevua, ulwakuuti na tungahighuaghe palikimo ni iisi.
33 ৩৩ এতেকে, হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব
Pa uluo, vakuulu nava mwanilumbu vango, pano mutang'ana mulisaghe, mughulanaghe.
34 ৩৪ আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ ভোক লাগে যদি, তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই গ’লেহে দিহা দিম।
Umuunhu angave nhinjala, alisaghe ku nyumba ja mwene, ulwakuuti pano mjtang'ana palikimo namungahighanaghe. vwimila vwa agha aghange ghano mulembile, nikuvavula pano niliva nikwisa.