< ১ বংশাবলি 8 >
1 ১ বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,
Benjamin engendra Béla, qui fut son premier-né, Achbêl, le second, Ahrah, le troisième,
Noha, le quatrième, et Rafa, le cinquième.
3 ৩ বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,
Béla eut des fils, à savoir: Addar, Ghêra, Abihoud,
5 ৫ গেৰা, চফুফন, আৰু হূৰম।
Ghêra, Chefoufân et Hourâm.
6 ৬ এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:
Et voici les fils d’Ehoud: c’étaient les chefs de famille des habitants de Ghéba, qu’on déporta à Manahath,
7 ৭ নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
Naaman, Ahiya et Ghêra c’est celui-ci qui les déporta. Il engendra Ouzza et Ahihoud.
8 ৮ চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।
Chaharaïm engendra dans la campagne de Moab, après avoir répudié Houchim et Baara, ses femmes.
9 ৯ তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।
Il eut de sa femme Hodech: Yobab, Cibia, Mêcha, Malkâm,
10 ১০ যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।
Yeouç, Sakhia et Mirma. Tels furent ses fils, qui devinrent chefs de familles.
11 ১১ ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
De Houchim il avait eu Abitoub et Elpaal.
12 ১২ ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,
Les fils d’Elpaal furent Eber, Micheâm et Chémer. Celui-ci fut le fondateur de Ono et de Lod, avec ses dépendances.
13 ১৩ তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
Berïa et Chéma, chefs des familles des habitants d’Ayyalôn, mirent en fuite les habitants de Gath.
14 ১৪ এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,
Ahio, Chachak, Yerêmoth,
16 ১৬ মীখায়েল, যিস্পা, আৰু যোহা,
Mikhaêl, Yichpa et Yoha étaient les fils de Berïa.
17 ১৭ এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,
Zebadia, Mechoullam, Hizki, Héber,
Yichmeraï, Yizlïa et Yobab étaient fils d’Elpaal.
19 ১৯ এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।
Yakim, Zikhri, Zabdi,
Elïênaï, Cilletaï, Elïêl,
Adaïa, Beraya et Chimrât étaient fils de Chimeï.
22 ২২ এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,
Yochpân, Eber, Elïêl,
Yifdeya et Penouêl étaient fils de Chachak.
26 ২৬ এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
Chamcheraï, Cheharia, Atalia,
Yaaréchia, Eliya et Zikhri étaient fils de Yeroham.
28 ২৮ এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
C’Étaient les chefs de famille, chefs selon leur généalogie. Ils habitaient Jérusalem.
29 ২৯ গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।
A Gabaon demeuraient le "père" de Gabaon, dont la femme s’appelait Maakha,
30 ৩০ তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,
son fils aîné Abdôn, Çour, Kich, Baal, Nadab,
31 ৩১ গদোৰ, অহিয়ো, আৰু জেখৰ।
Ghedor, Ahio et Zékher.
32 ৩২ আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।
Miklôt engendra Chimea. Ceux-là aussi, à l’encontre de leurs frères, habitaient Jérusalem avec leurs frères.
33 ৩৩ নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
Ner engendra Kich, celui-ci Saül, celui-ci Jonathan, Malki-Choua, Abinadab et Echbaal.
34 ৩৪ যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
Le fils de Jonathan s’appelait Merib-Baal, qui donna le jour à Mikha.
35 ৩৫ মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
Les fils de Mikha furent: Pitôn, Mélec, Tarêa et Ahaz.
36 ৩৬ আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।
Ahaz engendra Yehoadda, celui-ci Alémeth, Azmaveth et Zimri. Zimri engendra Moça,
37 ৩৭ মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
celui-ci Binea, celui-ci Rafa, celui-ci Elassa, celui-ci Acêl.
38 ৩৮ আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।
Acêl eut six fils, dont voici les noms: Azrikâm, Bokhrou, Ismaël, Chearia, Obadia et Hanân. Tous ceux-là étaient fils d’Acêl.
39 ৩৯ আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।
Les fils de son frère Echek étaient: Oulam, l’aîné, Yeouch, le second, et Elifélet, le troisième.
40 ৪০ উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।
Les fils d’Oulam étaient des hommes d’armes, maniant l’arc. Ils eurent nombre de fils et de petits-fils, en tout cent cinquante. Tous ceux-là étaient des Benjaminites.