< ১ বংশাবলি 8 >

1 বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,
Benjamin loh a caming la Bela, a pabae ah Ashbel, a pathum ah Aharah a sak.
2 নোহা, আৰু ৰাফা।
A pali te Nohah, a panga te Rapha.
3 বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,
Bela koca ah Addar, Gera, Abihud.
4 অবীচূৱা, নামন, অহোহ,
Abishua, Naaman, Ahoah.
5 গেৰা, চফুফন, আৰু হূৰম।
Gera, Shephuphan, Huram om.
6 এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:
Amih he tah Geba ah kho aka sa a napa rhoek kah a lu la aka om Ehud koca rhoek ni. Tedae amih te Manahath la a poelyoe uh.
7 নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
Amih, Naaman, Ahijah, Gera te a poelyoe phoeiah tah Uzzah neh Ahihud te a sak.
8 চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।
Shaharaim loh Moab khohmuen ah ca a sak phoeiah a yuu Hushim neh Baara te a hlak.
9 তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।
A yuu Hodesh lamloh Jobab, Zibia, Mesha, Milkom,
10 ১০ যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।
Jeuz, Sakia, Mirmah a sak. Anih koca ah he rhoek tah a napa rhoek kah a lu la om.
11 ১১ ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
Hushim lamloh Abitub neh Elpaal a sak.
12 ১২ ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,
Elpaal koca ah Eber, Misham, Shemmed. Anih loh Ono, Lod neh a khobuel rhoek te a sak.
13 ১৩ তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
Beriah neh Shema tah Aijalon ah kho aka sa a napa rhoek kah a lu la om. Amih rhoi loh Gath kah khosa rhoek khaw a yong sak.
14 ১৪ এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,
Te phoeiah Ahio, Shashak neh Jerimoth.
15 ১৫ জবদিয়া অৰদ, এদৰ,
Zebadiah, Arad neh Eder.
16 ১৬ মীখায়েল, যিস্পা, আৰু যোহা,
Michael, Ishaph, Beriah koca Joha.
17 ১৭ এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,
Zebadiah, Meshullam, Hizki neh Heber.
18 ১৮
Ishmerai, Izliah neh Elpaal koca Jobab rhoek.
19 ১৯ এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।
Jakim, Zikhri neh Zabdi.
20 ২০
Elienai, Zillethai neh Eliel.
21 ২১
Adaiah, Beriah neh Shimei koca Shimrath.
22 ২২ এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,
Ishpan, Eber neh Eliel.
23 ২৩
Abdon, Zikhri neh Hanan.
24 ২৪
Hananiah, Elam neh Anthothijah.
25 ২৫
Iphdeiah neh Shashak koca Penuel.
26 ২৬ এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
Shamsherai, Shehariah neh Athaliah.
27 ২৭
Jaareshiah, Elijah neh Jeroham koca Zikhri.
28 ২৮ এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
Amih rhuirhong ah khaw he rhoek he a napa rhoek kah a lu la ana om tih a lu rhoek he tah Jerusalem ah kho a sak uh.
29 ২৯ গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।
Gibeon ah Gibeon napa loh kho a sak tih a yuu ming tah Maakah ni.
30 ৩০ তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,
Anih koca ah a caming te Abdon tih Zur, Kish, Baal neh Nadab.
31 ৩১ গদোৰ, অহিয়ো, আৰু জেখৰ।
Gedor, Ahio, Zeker.
32 ৩২ আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।
Mikloth loh Shimeah te a sak. Amih khaw Jerusalem ah a manuca neh a manuca hmaitoh tih kho a sak uh.
33 ৩৩ নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
Ner loh Kish a sak, Kish loh Saul a sak, Saul loh Jonathan, Malkhishua, Abinadab, Eshbaal a sak.
34 ৩৪ যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
Jonathan koca ah Meribbaal tih Meribbaal loh Maikah a sak.
35 ৩৫ মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
Maikah koca ah Pithon, Melek, Tarea neh Ahaz.
36 ৩৬ আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।
Ahaz loh Jehoaddah a sak, Jehoaddah loh Alemeth, Azmaveth neh Zimri a sak. Zimri loh Moza a sak.
37 ৩৭ মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
Moza loh Binea a sak. Binea capa Rapha, Rapha capa Elasah, Elasah capa Azel.
38 ৩৮ আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।
Azel te capa parhuk om tih te rhoek kah a ming tah Azrikam, Bokeru, Ishmael, Sheariah, Obadiah, Hanan. Amih he Azel koca boeih ni.
39 ৩৯ আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।
A mana Eshek koca la a caming te Ulam tih a pabae te Jeush, a pathum te Eliphelet.
40 ৪০ উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।
Ulam koca rhoek he lii aka phu tatthai hlangrhalh hlang la om uh. A ca rhoek ping tih a ca rhoek kah a ca rhoek khaw ya sawmnga lo uh. He boeih he Benjamin koca lamkah ni.

< ১ বংশাবলি 8 >