< ১ বংশাবলি 3 >
1 ১ হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তান সকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্নোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱমৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কৰ্মিলীয়া অবীগলৰ পুত্র;
Estos fueron los hijos de David que le nacieron en Hebrón: El primogénito fue Amnón, cuya madre fue Ahinoam de Jezreel. El segundo fue Daniel, cuya madre fue Abigail de Carmelo.
2 ২ তৃতীয় অবচালোম, তেওঁ গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনীয়া, তেওঁ হগ্গীতৰ পুত্র;
El tercero fue Absalón, cuya madre fue Maaca, hija de Talmai, rey de Gesur. El cuarto fue Adonías, cuya madre fue Haguit.
3 ৩ পঞ্চম চফটিয়া, তেওঁ অবীটলৰ পুত্র; ষষ্ঠ যিত্ৰিয়ম, তেওঁৰ ভাৰ্যা ইগ্লাৰ পুত্র;
El quinto fue Sefatías, cuya madre fue Abital. El sexto fue Itream, cuya madre fue Egla, esposa de David.
4 ৪ দায়ূদৰ এই ছয়জন পুত্র হিব্ৰোণত জন্ম হৈছিল; এই ঠাইত তেওঁ সাত বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ যিৰূচালেমত তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল।
Esos fueron los seis hijos que le nacieron a David en Hebrón, donde reinó siete años y seis meses. David reinó en Jerusalén treinta y tres años más,
5 ৫ যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন।
y estos fueron los hijos que le nacieron allí: Samúa, Sobab, Natán y Salomón. La madre de ellos fue Betsabé, hija de Ammiel.
6 ৬ দায়ূদৰ আন আৰু ন জন পুত্রৰ নাম যিভৰ, ইলীচামা, ইলীফেলট,
Además estaban también Ibhar, Elisúa, Elifelet,
8 ৮ ইলীচামা, ইলিয়াদা, আৰু ইলীফেলট,
Elisama, Eliada y Elifelet, un total de nueve.
9 ৯ উপপত্নীসকলৰ পৰা হোৱা সন্তান সকলক বাদ দি এইসকলো দায়ূদৰ সন্তান; তামাৰ তেওঁলোকৰ ভনীয়েক আছিল।
Todos estos fueron los hijos de David, aparte de sus hijos de sus concubinas. Su hermana era Tamar.
10 ১০ চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট;
El linaje masculino desde Salomón fue: Roboam, Abías, Asa,
11 ১১ যিহোচাফটৰ পুত্র যোৰাম; যোৰামৰ পুত্র অহজিয়া; অহজিয়াৰ পুত্র যোৱাচ;
Joram, Ocozías, Joás,
12 ১২ যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ;
Amasías, Azarías, Jotam,
13 ১৩ আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;
Acaz, Ezequías, Manasés,
14 ১৪ মনচিৰ পুত্র আমোন; আমোনৰ পুত্র যোচিয়া।
Amón, Josías.
15 ১৫ যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকীম, তৃতীয় চিদিকিয়া, আৰু চতুৰ্থ চল্লুম।
Los hijos de Josías: Johanán (primogénito), Joaquín (el segundo), Sedequías (el tercero), y Salum (el cuarto).
16 ১৬ যিহোয়াকীমৰ পুত্র যকনিয়া, শেষৰ জন ৰজা আছিল চিদিকিয়া।
Los hijos de Joacim: Joaquín y Sedecías.
17 ১৭ বন্দী কৰি নিয়া যকনিয়াৰ পুত্রসকল, চল্টীয়েল,
Los hijos de Joaquín que fueron llevados al cautiverio: Sealtiel,
18 ১৮ মল্কিৰাম, পদায়া, চিনচৰ, যকমিয়া, হোচামা, আৰু নদবিয়া।
Malquiram, Pedaías, Senaza, Jecamías, Hosama y Nedabías.
19 ১৯ পদায়াৰ পুত্র জৰুব্বাবিল আৰু চিমিয়ী; জৰুব্বাবিলৰ পুত্র মচূল্লম আৰু হননিয়া; আৰু চলোমীৎ তেওঁলোকৰ ভনীয়েক আছিল।
Los hijos de Pedaías: Zorobabel y Simei. Los hijos de Zorobabel: Mesulam y Hananías. Su hermana era Selomit.
20 ২০ তেওঁৰ আন পাঁচ জন পুত্র হ’ল হচূবা, ওহেল, বেৰেখিয়া, হচদিয়া আৰু যুচবহচেদ।
Otros cinco hijos fueron: Hasuba, Ohel, Berequías, Hasadías y Jushab-Hesed.
21 ২১ হননিয়াৰ বংশধৰ সকল পলটিয়া, যিচয়া আৰু ৰফায়াৰ সন্তান সকল হ’ল অৰ্ণনৰ, ওবদিয়াৰ, আৰু চখনিয়া।
Los hijos de Hananías: Pelatías y Jesaías, y Los hijos de Refaías, Los hijos de Arnán, Los hijos de Abdías, y Los hijos de Secanías.
22 ২২ চখনিয়াৰ পুত্র চমৰিয়া। আৰু চমৰিয়াৰ ছয় জন পুত্র হ’ল হটূচ, যিগাল, বাৰীহ, নিয়ৰিয়া, আৰু চাফট।
Los hijos de Secanías: Semaías y sus hijos: Hatús, Igal, Barías, Nearías y Safat. En total eran seis.
23 ২৩ নিয়ৰিয়াৰ তিনি জন পুত্র হ’ল ইলীয়োঐনয়, হিষ্কিয়া, আৰু অজ্ৰীকাম।
Los hijos de Nearías: Elioenai, Ezequías y Azricam. Eran tres en total.
24 ২৪ ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী।
Los hijos de Elioenai: Hodavías, Eliasib, Pelaías, Acub, Johanán, Dalaías, y Anani. En total eran un total de siete.