< ১ বংশাবলি 3 >

1 হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তান সকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্নোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱমৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কৰ্মিলীয়া অবীগলৰ পুত্র;
و پسران داود که براي او در حَبرُون زاييده شدند، اينانند: نخست زاده اش اَمنون از اَخينُوعِم يزرَعِيليه؛ و دومين دانيال از اَبِيجايلِ کَرمَلِيه؛۱
2 তৃতীয় অবচালোম, তেওঁ গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনীয়া, তেওঁ হগ্গীতৰ পুত্র;
و سومين ابشالوم پسر مَعکَه دختر تَلماي پادشاه جَشور؛ و چهارمين اُدُونيا پسر حَجّيت.۲
3 পঞ্চম চফটিয়া, তেওঁ অবীটলৰ পুত্র; ষষ্ঠ যিত্ৰিয়ম, তেওঁৰ ভাৰ্যা ইগ্লাৰ পুত্র;
و پنجمين شَفَطيا از اَبيطال و ششمين يتَرعام از زن او عجلَه.۳
4 দায়ূদৰ এই ছয়জন পুত্র হিব্ৰোণত জন্ম হৈছিল; এই ঠাইত তেওঁ সাত বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ যিৰূচালেমত তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল।
اين شش براي او در حَبرون زاييده شدند که در آنجا هفت سال و شش ماه سلطنت نمود و در اورشليم سي سه سال سلطنت کرد.۴
5 যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন।
و اينها براي وي در اورشليم زاييده شدند: شِمعي و شوباب و ناتان و سُليمان. اين چهار از بَتشُوع دخترعَمّيئيل بودند.۵
6 দায়ূদৰ আন আৰু ন জন পুত্রৰ নাম যিভৰ, ইলীচামা, ইলীফেলট,
ويبِحار و اَليشامَع و اَليفالَط.۶
7 নোগহ, নেফগ, যাফীয়া,
و نُوجَه و نافَج و يافيع.۷
8 ইলীচামা, ইলিয়াদা, আৰু ইলীফেলট,
و اَلِشَمَع و اَلياداع و اَلِيفَلَط که نه نفر باشند.۸
9 উপপত্নীসকলৰ পৰা হোৱা সন্তান সকলক বাদ দি এইসকলো দায়ূদৰ সন্তান; তামাৰ তেওঁলোকৰ ভনীয়েক আছিল।
همه اينها پسران داود بودند سواي پسران مُتعه ها. و خواهر ايشان تامار بود.۹
10 ১০ চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট;
و پسرسُليمان، رَحَبعام و پسر او ابّيا و پسر او آسا و پسر اويهُوشافاط.۱۰
11 ১১ যিহোচাফটৰ পুত্র যোৰাম; যোৰামৰ পুত্র অহজিয়া; অহজিয়াৰ পুত্র যোৱাচ;
و پسر او يورام و پسر او اَخَزيا و پسر او يوآش.۱۱
12 ১২ যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ;
و پسر او اَمَصيا و پسر او عَزَريا وپسر او يوتام.۱۲
13 ১৩ আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;
و پسر او آحاز و پسر او حِزقيا و پسر او مَنَّسي.۱۳
14 ১৪ মনচিৰ পুত্র আমোন; আমোনৰ পুত্র যোচিয়া।
و پسر او آمون و پسر او يوشيا.۱۴
15 ১৫ যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকীম, তৃতীয় চিদিকিয়া, আৰু চতুৰ্থ চল্লুম।
و پسران يوشيا نخست زاده اش يوحانان و دومين يهُوياقيم و سومين صِدقَيا و چهارمين شَلّوم.۱۵
16 ১৬ যিহোয়াকীমৰ পুত্র যকনিয়া, শেষৰ জন ৰজা আছিল চিদিকিয়া।
و پسران يهُوياقيم پسر او يکُنيا و پسر او صِدقَيا.۱۶
17 ১৭ বন্দী কৰি নিয়া যকনিয়াৰ পুত্রসকল, চল্টীয়েল,
و پسران يکُنيا اَشّير و پسر او شأَلِتيئيل.۱۷
18 ১৮ মল্কিৰাম, পদায়া, চিনচৰ, যকমিয়া, হোচামা, আৰু নদবিয়া।
و مَلکيرام و فَدايا و شَنأَصَّر و يقَميا و هوشاماع و نَدَبيا.۱۸
19 ১৯ পদায়াৰ পুত্র জৰুব্বাবিল আৰু চিমিয়ী; জৰুব্বাবিলৰ পুত্র মচূল্লম আৰু হননিয়া; আৰু চলোমীৎ তেওঁলোকৰ ভনীয়েক আছিল।
و پسران فَدايا زَرُبّابِل و شِمعي و پسران زَرُبّابِل مَشُلاّم وحَنَنيا و خواهرايشان شَلُوميت بود.۱۹
20 ২০ তেওঁৰ আন পাঁচ জন পুত্র হ’ল হচূবা, ওহেল, বেৰেখিয়া, হচদিয়া আৰু যুচবহচেদ।
و حَشُوبَه و اُوهَل و بَرَخِيا و حَسَديا و يوشَب حَسَد که پنج نفر باشند.۲۰
21 ২১ হননিয়াৰ বংশধৰ সকল পলটিয়া, যিচয়া আৰু ৰফায়াৰ সন্তান সকল হ’ল অৰ্ণনৰ, ওবদিয়াৰ, আৰু চখনিয়া।
و پسران حَنَنيا فَلَطيا و اِشعيا، بني رفايا و بني اَرنان و بني عُوبَديا و بني شَکُنيا.۲۱
22 ২২ চখনিয়াৰ পুত্র চমৰিয়া। আৰু চমৰিয়াৰ ছয় জন পুত্র হ’ল হটূচ, যিগাল, বাৰীহ, নিয়ৰিয়া, আৰু চাফট।
و شَکُنيا شَمَعيا و پسران شَمَعيا، حَطّوش و يبحآل و باريح و نَعَريا و شافاط که شش باشند.۲۲
23 ২৩ নিয়ৰিয়াৰ তিনি জন পুত্র হ’ল ইলীয়োঐনয়, হিষ্কিয়া, আৰু অজ্ৰীকাম।
و پسران نَعَريا اَليوعيناي و حِزقيا و عَزريقام که سه باشند.۲۳
24 ২৪ ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী।
و بني اَليوعيناي هُودايا و اَلياشيب و فَلايا و عَقُّوب و يوحانان و دَلاياع و عَناني که هفت باشند.۲۴

< ১ বংশাবলি 3 >