< ১ বংশাবলি 25 >
1 ১ দায়ুদ আৰু আবাসৰ পৰিচৰ্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
Derpaa udskilte David og Hærførerne til Tjenesten Asafs, Hemans og Jedutuns Sønner, som i profetisk Henrykkelse spillede paa Citre, Harper og Cymbler; og Tallet paa de Mænd, der havde med denne Tjeneste at gøre, var:
2 ২ আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।
Af Asafs Sønner: Zakkur, Josef, Netanja og Asar'ela, Asafs Sønner under Ledelse af Asaf, der spillede i profetisk Henrykkelse under Kongens Ledelse.
3 ৩ যিদূথূনৰ পুত্র সকলৰ পৰা: গদলিয়া, চৰী, যিচয়া, হচবিয়া, চিমিয়া, আৰু মত্তিথিয়া, এই ছয় জনে, তেওঁলোকৰ পিতৃ যিদুথূনৰ নিৰ্দেশ অনুযায়ী যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবে বীণা বজায়।
Af Jedutun: Jedutuns Sønner Gedalja, Jizri, Jesja'ja, Sjim'i, Hasjabja og Mattitja, seks, under Ledelse af deres Fader Jedutun, der i profetisk Henrykkelse spillede paa Citer, naar HERREN blev lovet og priset.
4 ৪ হেমনৰ পুত্র সকলৰ পৰা: বুক্কিয়া, মত্তনিয়া, উজ্জীয়েল, চবূৱেল, যিৰীমোৎ, হননিয়া, হনানী, ইলীয়াথা, গিদ্দলতী, ৰোমমতী-এজৰ, যচবিকাচা, মল্লোথী, হোথীৰ আৰু মহজীয়োৎ।
Af Heman: Hemans Sønner Bukkija, Mattanja, Uzziel, Sjubael, Jerimot, Hananja, Hanani, Eliata, Giddalti, Romamti-Ezer, Josjbekasja, Malloti, Hotir og Mahaziot.
5 ৫ ৰজাৰ ভাববাদী হেমনৰ এওঁলোক পুত্র। ঈশ্বৰক শ্রদ্ধা কৰিবলৈ তেওঁক চৌদ্ধ জন পুত্র আৰু তিনি জনী ছোৱালী দান কৰিলে।
Alle disse var Sønner af Heman, Kongens Seer i Guds Ord; for at løfte hans Horn gav Gud Heman fjorten Sønner og tre Døtre.
6 ৬ তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্ৱৰৰ গৃহৰ বাদ্যকৰ আছিল, তেওঁলোকে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে তাল, বেহেলা, আৰু বীণা বজাইছিল। আচফ, যিদূথূন, আৰু হেমন ৰজাৰ নিৰ্দেশৰ অধীনত আছিল।
Alle disse spillede under deres Faders Ledelse ved Sangen i HERRENS Hus paa Cymbler, Harper og Citre for saaledes at gøre Tjeneste i Guds Hus under Ledelse af Kongen, Asaf, Jedutun og Heman.
7 ৭ তেওঁলোক আৰু তেওঁলোকৰ ভাইসকল যিহোৱাৰ উদ্দেশ্যে বাদ্য বজোৱাত প্রশিক্ষণ প্রাপ্ত আৰু নিপুণ আছিল তেওঁলোক সংখ্যাত দুশ আঠাশী জন আছিল।
Deres Tal, sammenregnet med deres Brødre, der var oplært til at synge HERRENS Sange, var 288, kyndige Folk til Hobe.
8 ৮ তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।
De kastede Lod om Ordningen af Tjenesten med lige Kaar baade for smaa og for store, Mestre og Lærlinge.
9 ৯ এতিয়া আচফৰ পুত্র সকলৰ বিষয়ে: প্ৰথম চিঠি খেলত যোচেফৰ পৰিয়ালৰ নাম উঠিল; দ্বিতীয় গদলিয়াৰ পৰিয়ালৰ নামত উঠিল, তেওঁলোক সংখ্যাত বাৰ জন;
Det første Lod traf Josef, ham selv med hans Brødre og Sønner, tolv; det andet Gedalja, ham selv med hans Brødre og Sønner, tolv;
10 ১০ তৃতীয় জক্কুৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় লোক সকল সংখ্যাত বাৰ জন;
det tredje Zakkur, hans Sønner og Brødre, tolv;
11 ১১ চতুৰ্থ যিখ্ৰীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
det fjerde Jizri, hans Sønner og Brødre, tolv;
12 ১২ পঞ্চম নথনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det femte Netanja, hans Sønner og Brødre, tolv;
13 ১৩ ষষ্ঠ বুক্কিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det sjette Bukkija, hans Sønner og Brødre, tolv;
14 ১৪ সপ্তম যিচৰেলাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
det syvende Jesar'ela, hans Sønner og Brødre, tolv;
15 ১৫ অষ্টম যিচয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয়সকল সংখ্যাত বাৰ জন;
det ottende Jesja'ja, hans Sønner og Brødre, tolv;
16 ১৬ নৱম মত্তনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det niende Mattanja, hans Sønner og Brødre, tolv;
17 ১৭ দশম চিমিয়ীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det tiende Sjim'i, hans Sønner og Brødre, tolv;
18 ১৮ একাদশ অজৰেলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det ellevte Uzziel, hans Sønner og Brødre, tolv;
19 ১৯ দ্বাদশ হচবিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det tolvte Hasjabja, hans Sønner og Brødre, tolv;
20 ২০ ত্ৰয়োদশ চূবায়েলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্বন্ধীয় সকল সংখ্যাত বাৰ জন;
det trettende Sjubael, hans Sønner og Brødre, tolv;
21 ২১ চতুৰ্দ্দশ মত্তিথিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det fjortende Mattitja, hans Sønner og Brødre, tolv;
22 ২২ পঞ্চদশ যিৰোমোতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det femtende Jeremot, hans Sønner og Brødre, tolv;
23 ২৩ ষোড়শ হননিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det sekstende Hananja, hans Sønner og Brødre, tolv;
24 ২৪ সপ্তদশ যচবিকাচাৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det syttende Josjbekasja, hans Sønner og Brødre, tolv;
25 ২৫ অষ্টাদশ হনানীৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det attende Hanani, hans Sønner og Brødre, tolv;
26 ২৬ ঊনবিংশ মল্লোথীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det nittende Malloti, hans Sønner og Brødre, tolv;
27 ২৭ বিংশ ইলিয়াথাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det tyvende Eliata, hans Sønner og Brødre, tolv;
28 ২৮ একবিংশ হোথীৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det een og tyvende Hotir, hans Sønner og Brødre, tolv;
29 ২৯ দ্বাবিংশ গিদ্দলতীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det to og tyvende Giddalti, hans Sønner og Brødre, tolv;
30 ৩০ ত্ৰয়োদশ মহজীয়াতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det tre og tyvende Mahaziot, hans Sønner og Brødre, tolv;
31 ৩১ চতুৰ্ব্বিংশ ৰোমমতী-এজৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
det fire og tyvende Romamti-Ezer, hans Sønner og Brødre, tolv.