< ১ বংশাবলি 25 >

1 দায়ুদ আৰু আবাসৰ পৰিচৰ্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
Hina bagade Da: ibidi amola Lifai fi ilia fada: i dunu, ilia da Lifai sosogo fi amo A: isa: fe, Hima: ne amola Yediudane amo Godema nodone sia: ne gadosu gilisisu ouligima: ne ilegei. Ilia da Gode Ea sia: olelema: ne ilegei. Amola ilia da sia: olelesea, sani baidama amola giga: mesa duduna ahoanebe ba: mu galu. Godema nodone sia: ne gadosu ouligisu dunu ilia dio amola ilia hawa: hamosu ilegei da hagudu dedei diala: -
2 আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।
A: isa: fe egefelali biyaduale amo da Sa: ge, Yousefe, Nedanaia amola A: salila. Ilia ouligisu dunu da A: isa: fe. Da: ibidi da hamoma: ne sia: noba, A:isa: fe da Gode Ea sia: olelelalu.
3 যিদূথূনৰ পুত্র সকলৰ পৰা: গদলিয়া, চৰী, যিচয়া, হচবিয়া, চিমিয়া, আৰু মত্তিথিয়া, এই ছয় জনে, তেওঁলোকৰ পিতৃ যিদুথূনৰ নিৰ্দেশ অনুযায়ী যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবে বীণা বজায়।
Yediudane egefelali gafeyale da Gedalaia, Silai, Yisa: ia, Simiai, Ha: siabaia amola Ma: didaia. Ilia da ilia eda ea sia: nabawane, Gode Ea sia: olelelalu, amola gesa: mi hea: le, Hina Godema nodonanu. Ilia gesami hea: sa gilisili, sani baidama dubi nabi.
4 হেমনৰ পুত্র সকলৰ পৰা: বুক্কিয়া, মত্তনিয়া, উজ্জীয়েল, চবূৱেল, যিৰীমোৎ, হননিয়া, হনানী, ইলীয়াথা, গিদ্দলতী, ৰোমমতী-এজৰ, যচবিকাচা, মল্লোথী, হোথীৰ আৰু মহজীয়োৎ।
Hima: ne egefelali genesi ilia dio da Bagaia, Ma: danaia, Asaiele, Sibiuele, Yelimode, Ha: nanaia, Hana: inai, Ilaida, Gida: ladai, Louma: madisi, Yosiabiga: sia, Ma: loudai, Houdie amola Maha: isiode.
5 ৰজাৰ ভাববাদী হেমনৰ এওঁলোক পুত্র। ঈশ্বৰক শ্রদ্ধা কৰিবলৈ তেওঁক চৌদ্ধ জন পুত্র আৰু তিনি জনী ছোৱালী দান কৰিলে।
Gode da Ea ilegele sia: i defele, hina bagade ea balofede dunu Hima: ne e gasa fili hamoma: ne, amo dunu mano genesi amola uda mano udiana ema i.
6 তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্ৱৰৰ গৃহৰ বাদ্যকৰ আছিল, তেওঁলোকে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে তাল, বেহেলা, আৰু বীণা বজাইছিল। আচফ, যিদূথূন, আৰু হেমন ৰজাৰ নিৰ্দেশৰ অধীনত আছিল।
Hima: ne egefe huluane da ilia eda sia: nababeba: le, giga: mesa amola sani baidama amo Debolo nodone sia: ne gadosu amola gesami hea: su fidimusa: dusu. A: sa: fe, Yediudane amola Hima: ne, ilia da hina bagade Da: ibidi ea hamoma: ne sia: i defele hamosu.
7 তেওঁলোক আৰু তেওঁলোকৰ ভাইসকল যিহোৱাৰ উদ্দেশ্যে বাদ্য বজোৱাত প্রশিক্ষণ প্রাপ্ত আৰু নিপুণ আছিল তেওঁলোক সংখ্যাত দুশ আঠাশী জন আছিল।
Amo dunu 24 agoane da medenegi dunu ba: i. Amola Lifai fi dunu ilima gilisi, huluane da 288 agoane, ilia da dusu liligi dawa: ma: ne, ado boba: i dagoi.
8 তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।
Dunu huluane, ayeligi amola da: i hamoi, medenegi dunu amola buludui dunu, huluane ilia ilegei hawa: hamosu dawa: ma: ne, ululuasu.
9 এতিয়া আচফৰ পুত্র সকলৰ বিষয়ে: প্ৰথম চিঠি খেলত যোচেফৰ পৰিয়ালৰ নাম উঠিল; দ্বিতীয় গদলিয়াৰ পৰিয়ালৰ নামত উঠিল, তেওঁলোক সংখ্যাত বাৰ জন;
Amo dunu 288 agoane da ilia sosogo fi defele, gilisisu 24 agoane hamoma: ne, momogi ba: i. Gilisisu afae afae ilia idi da fagoane ba: i amola gilisisu afae afaega, ouligisu dunu esalebe ba: i. Ilia da agoane hawa: hamosu. A: isa: fe sosogo fi dunu Yousefe da bisili hawa: hamosu. Amalu Gedalaia, Sa: ge, Isilai, Nedanaia, Bagaia, A:salela, Yisa: ia, Ma: danaia, Simiai, Asaiele, Ha: siabaia, Siuba: iele, Ma: didaia, Yelimode, Ha: nanaia, Yosiabiga: sia, Ha: nani, Ma: loudi, Ilaiada, Houdie, Gida: lidai, Maha: isiode, Louma: madisi.
10 ১০ তৃতীয় জক্কুৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় লোক সকল সংখ্যাত বাৰ জন;
11 ১১ চতুৰ্থ যিখ্ৰীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
12 ১২ পঞ্চম নথনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
13 ১৩ ষষ্ঠ বুক্কিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
14 ১৪ সপ্তম যিচৰেলাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
15 ১৫ অষ্টম যিচয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয়সকল সংখ্যাত বাৰ জন;
16 ১৬ নৱম মত্তনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
17 ১৭ দশম চিমিয়ীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
18 ১৮ একাদশ অজৰেলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
19 ১৯ দ্বাদশ হচবিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
20 ২০ ত্ৰয়োদশ চূবায়েলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্বন্ধীয় সকল সংখ্যাত বাৰ জন;
21 ২১ চতুৰ্দ্দশ মত্তিথিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
22 ২২ পঞ্চদশ যিৰোমোতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
23 ২৩ ষোড়শ হননিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
24 ২৪ সপ্তদশ যচবিকাচাৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
25 ২৫ অষ্টাদশ হনানীৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
26 ২৬ ঊনবিংশ মল্লোথীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
27 ২৭ বিংশ ইলিয়াথাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
28 ২৮ একবিংশ হোথীৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
29 ২৯ দ্বাবিংশ গিদ্দলতীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
30 ৩০ ত্ৰয়োদশ মহজীয়াতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
31 ৩১ চতুৰ্ব্বিংশ ৰোমমতী-এজৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

< ১ বংশাবলি 25 >