< ১ বংশাবলি 1 >

1 আদম, চেথ, ইনোচ,
아담, 셋, 에노스
2 কৈনন, মহললেল, যেৰদ,
게난, 마할랄렐, 야렛
3 হনোক, মথুচেলহ, লেমক,
에녹, 므두셀라
4 নোহ, চেম, হাম, আৰু যেফৎ।
라멕, 노아, 셈, 함과, 야벳
5 যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক, আৰু তীৰচ।
야벳의 아들은 고멜과, 마곡과, 마대와, 야완과, 두발과, 메섹과, 디라스요
6 গোমৰ পুত্ৰ অস্কিনজ, দীফত, আৰু তোগৰ্মা।
고멜의 아들은 아스그나스와, 디밧과, 도갈마요
7 যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম।
야완의 아들은 엘리사와, 다시스와, 깃딤과, 도다님이더라
8 হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান।
함의 아들은 구스와, 미스라임과, 붓과, 가나안이요
9 কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান।
구스의 아들은 스바와, 하윌라와, 삽다와, 라아마와, 삽드가요, 라아마의 아들은 스바와, 드단이요
10 ১০ কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।
구스가 또 니므롯을 낳았으니 세상에 처음 영걸한 자며
11 ১১ লুদীয়া, অনামীয়া, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া,
미스라임은 루딤과, 아나밈과, 르하빔과, 납두힘과
12 ১২ পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা পলেষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।
바드루심과, 가슬루힘과, 갑도림을 낳았으니 블레셋 족속은 가슬루힘에게서 나왔으며
13 ১৩ কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ;
가나안은 맏아들 시돈과, 헷을 낳고
14 ১৪ তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া,
또 여부스 족속과, 아모리 족속과, 기르가스 족속과
15 ১৫ হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
히위 족속과, 알가 족속과, 신 족속과
16 ১৬ অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।
아르왓 족속과, 스말 족속과, 하맛 족속을 낳았더라
17 ১৭ চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক।
셈의 아들은 엘람과, 앗수르와, 아르박삿과, 룻과, 아람과, 우스와, 훌과, 게델과, 메섹이라
18 ১৮ অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এবৰ।
아르박삿은 셀라를 낳고, 셀라는 에벨을 낳고
19 ১৯ এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ, কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল।
에벨은 두 아들을 낳아 하나의 이름을 벨렉이라 하였으니 이는 그 때에 땅이 나뉘었음이요 그 아우의 이름은 욕단이며
20 ২০ অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
욕단이 알모닷과, 셀렙과, 하살마웹과, 예라와
21 ২১ হদোৰাম, উজল, দিক্লা,
하도람과, 우살과, 디글라와
22 ২২ এবল, অবীমায়েল, চিবা,
에발과, 아비마엘과, 스바와
23 ২৩ ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল।
오빌과, 하윌라와, 요밥을 낳았으니 욕단의 아들들은 이러하니라
24 ২৪ চেম, অৰ্ফকচদ, চেলহ,
셈, 아르박삿, 셀라
25 ২৫ এবৰ, পেলগ, ৰিয়ু
에벨, 벨렉, 르우
26 ২৬ চৰূগ, নাহোৰ, তেৰহ,
스룩, 나홀, 데라
27 ২৭ অব্ৰাম, এই জনেই অব্ৰাহাম আছিল।
아브람 곧 아브라함
28 ২৮ ইচহাক আৰু ইশ্মায়েল অব্ৰাহামৰ পুত্র আছিল।
아브라함의 아들은 이삭과, 이스마엘이라
29 ২৯ তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম,
이스마엘의 세계는 이러하니 그 맏아들은 느바욧이요, 다음은 게달과, 앗브엘과, 밉삼과
30 ৩০ মিস্মা, দুমা, মচ্ছা, হদদ, তেমা,
미스마와, 두마와, 맛사와, 하닷과, 데마와
31 ৩১ যটূৰ, নাফীচ, কেদ্মা; এই সকল ইশ্মায়েলৰ সন্তান।
여둘과, 나비스와, 게드마라 이스마엘의 아들들은 이러하니라
32 ৩২ অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান।
아브라함의 첩 그두라의 낳은 아들은 시므란과, 욕산과, 므단과, 미디안과, 이스박과, 수아요 욕산의 아들은 스바와, 드단이요
33 ৩৩ মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ।
미디안의 아들은 에바와, 에벨과, 하녹과, 아비다와, 엘다아니 그두라의 아들들은 이러하니라
34 ৩৪ অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল।
아브라함이 이삭을 낳았으니 이삭의 아들은 에서와, 이스라엘이더라
35 ৩৫ ইলীফজ, ৰূৱেল, যিয়ুচ, যালম, আৰু কোৰহ এচৌৰ সন্তান আছিল।
에서의 아들은 엘리바스와, 르우엘과, 여우스와, 얄람과, 고라요,
36 ৩৬ তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল।
엘리바스의 아들은 데만과, 오말과, 스비와, 가담과, 그나스와, 딤나와, 아말렉이요,
37 ৩৭ ৰূৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা।
르우엘의 아들은 나핫과, 세라와, 삼마와, 밋사요,
38 ৩৮ চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন।
세일의 아들은 로단과, 소발과, 시브온과, 아나와, 디손과, 에셀과, 디산이요,
39 ৩৯ লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না।
로단의 아들은 호리와, 호맘이요, 로단의 누이는 딤나요,
40 ৪০ চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়োনৰ সন্তান অয়া আৰু অনা।
소발의 아들은 알랸과, 마나핫과, 에발과, 스비와, 오남이요 시브온의 아들은 아야와, 아나요,
41 ৪১ অনাৰ পুত্ৰ দীচন। দীচনৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰন, আৰু কৰান।
아나의 아들은 디손이요 디손의 아들은 하므란과, 에스반과, 이드란과, 그란이요,
42 ৪২ এচৰৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ উচ, আৰু অৰান।
에셀의 아들은 빌한과, 사아완과, 야아간이요 디산의 아들은 우스와, 아란이더라
43 ৪৩ ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল।
이스라엘 자손을 치리하는 왕이 있기 전에 에돔 땅을 다스린 왕이 이러하니라 브올의 아들 벨라니 그 도성 이름은 딘하바며
44 ৪৪ বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল।
벨라가 죽으매 보스라 세라의 아들 요밥이 대신하여 왕이 되었고
45 ৪৫ যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হূচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল।
요밥이 죽으매 데만 족속의 땅 사람 후삼이 대신하여 왕이 되었고
46 ৪৬ আৰু হূচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
후삼이 죽으매 브닷의 아들 하닷이 대신하여 왕이 되었으니 하닷은 모압 들에서 미디안을 친 자요 그 도성 이름은 아윗이며
47 ৪৭ আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
하닷이 죽으매 마스레가 사믈라가 대신하여 왕이 되었고
48 ৪৮ চম্নাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
사믈라가 죽으매 하숫가의 르호봇 사울이 대신하여 왕이 되었고
49 ৪৯ চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
사울이 죽으매 악볼의 아들 바알하난이 대신하여 왕이 되었고
50 ৫০ যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল।
바알하난이 죽으매 하닷이 대신하여 왕이 되었으니 그 도성 이름은 바이요 그 아내의 이름은 므헤다벨이라 메사합의 손녀요 마드렛의 딸이었더라
51 ৫১ হদদ মৃত্যু হ’ল। ইদোমৰ ফৈদৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ,
하닷이 죽은 후에 에돔의 족장이 이러하니 딤나 족장과, 알랴 족장과, 여뎃 족장과
52 ৫২ অহলীবামা, এলা, পীনোন,
오홀리바마 족장과, 엘라 족장과, 비논 족장과
53 ৫৩ কনজ, তৈমন, মিবচৰ,
그나스 족장과, 데만 족장과, 밉살 족장과
54 ৫৪ মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।
막디엘 족장과, 이람 족장이라 에돔 족장이 이러하였더라

< ১ বংশাবলি 1 >